• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মাকৰ কোলাৰ পৰা শিশুক থপিয়াই লৈ গ’ল কুকুৰনেচীয়া বাঘে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2025 4:30 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ বহৰাইচ জিলাত নৰখাদক কুকুৰনেচীয়া বাঘৰ সন্ত্ৰাসৰ অন্ত পৰা নাই। আটাইতকৈ ক্ষতিগ্ৰস্ত মাজহাৰা তৌকলি গাঁৱৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ দূৰত অৱস্থিত ৰচুলপুৰ দাৰেহতা গাঁৱত পুনৰ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।

সোমবাৰে পুৱতি নিশা ঘৰৰ বাৰান্দাত বহি নিজৰ সন্তানক গাখীৰ খুৱাই আছিল এগৰাকী মহিলাই। তেনে সময়তে এটা কুকুৰনেচীয়া বাঘে তেওঁৰ কোলাৰ পৰা তিনি বছৰীয়া শিশুটিক থপিয়াই লৈ পলাই যায়। মাতৃগৰাকীয়ে পিছে পিছে খেদি গৈছিল যদিও সন্তানক বচাবলৈ সক্ষম নহ’ল। কেইঘণ্টামানৰ পিছত গাঁৱৰ পৰা কিছু নিলগত শিশুটিৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।

Apply Now

গাঁৱৰ ৰাইজে জনোৱা মতে, পুৱা পুত্ৰ অংশুক লৈ বাৰান্দাত বহি আছিল নানকাই নামৰ মহিলাগৰাকী। তেওঁৰ স্বামী ৰাম মনোহৰ কৰ্মসূত্ৰে পঞ্জাৱত থাকে। সেইদিনা পুৱা অতি ঘন কুঁৱলী আছিল। সেই সুযোগ লৈয়ে এটা কুকুৰনেচীয়াই ঘৰত সোমাই নিমিষতে শিশুটিক মুখত কামুৰি লৈ পলাই যায়। কুঁৱলীৰ বাবে মাক কিছু দূৰ যোৱাৰ পিছতো বাঘটোৰ কোনো শুংসূত্ৰ নাপালে। পিছত বনকৰ্মী আৰু গাঁৱৰ ৰাইজে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে।

যোৱা ছেপ্টেম্বৰ মাহৰ পৰা বহৰাইচ জিলাত কুকুৰনেচীয়াৰ আক্ৰমণত এতিয়ালৈকে ১২ জন লোকৰ মৃত্যু হৈছে, যাৰ ভিতৰত ১০ জনেই শিশু। কাইজাৰগঞ্জ, বৌন্দি আৰু ফখৰপুৰ অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে এতিয়া চকুৰ টোপনি হেৰুৱাই আতংকত দিন কটাইছে।

বন বিভাগৰ দাবী অনুসৰি, ইয়াৰ আগতে ছটা নৰখাদক কুকুৰনেচীয়াক ধৰা হৈছে যদিও সন্ত্ৰাস কমা নাই।

জিলা বন বিষয়া ৰাম সিঙে জনাইছে যে শিশুটিৰ শৰীৰৰ ক্ষতচিহ্ন চাই এয়া নৰখাদক কুকুৰনেচীয়াৰ কাম বুলি স্পষ্ট হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ: মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে মুকলি কৰিলে এলানি নতুন আঁচনি

June 29, 2026 8:24 pm
খেলপথাৰৰ বাহিৰতো নেইমাৰৰ মানৱীয়তা! ভেনেজুৱেলাৰ ভূমিকম্প দুৰ্গতৰ সাহায্যৰ বাবে আগবঢ়ালে ২.৫ কোটি টকা

খেলপথাৰৰ বাহিৰতো নেইমাৰৰ মানৱীয়তা! ভেনেজুৱেলাৰ ভূমিকম্প দুৰ্গতৰ সাহায্যৰ বাবে আগবঢ়ালে ২.৫ কোটি টকা

June 29, 2026 8:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm
পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

পাকিস্তানৰ ভয়ংকৰ আক্ৰমণত কঁপি উঠিল আফগানিস্তান! মহিলা-শিশুসহ ৩৬ জনৰ মৃত্যু, প্ৰত্যাঘাতৰ সকীয়নি তালিবানৰ

June 29, 2026 8:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd