• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰেন্সজেণ্ডাৰ হিচাপে পৰিচয় দিয়াৰ বাবেই নিজ পুত্ৰক হত্যা কৰিলে মাতৃয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2021 10:50 am
Transgender
2.1k
VIEWS
Share on FacebookShare on Twitter

তামিলনাডু আৰক্ষীয়ে এগৰাকী মহিলাক তেওঁৰ পুত্ৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে নিজৰ ১৯ বছৰীয়া পুত্ৰক এজন ট্ৰেন্সপাৰ্চন হোৱাৰ বাবেই হত্যা কৰে।

এই নৃশংস ঘটনাটো তামিলনাডুৰ চালেমত সংঘটিত হৈছিল। আৰক্ষীয়ে হত্যাৰ সন্দৰ্ভত আন পাঁচজনক গ্ৰেপ্তাৰ কৰিছে।

হত্যাকাৰী উমাদেৱীৰ পুত্ৰ নবীন কুমাৰে নিজৰ নাম সলনি কৰি অক্ষিতা নামেৰে নামাকৰণ কৰি এগৰাকী ট্ৰেন্সৱ’মেন হিচাপে পৰিচয় দিছিল আৰু বেংগালুৰুত ট্ৰেন্সজেণ্ডাৰ সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতে আছিল।

কিছুদিন পূৰ্বে নবীন কুমাৰে অকলে বাস কৰা তেওঁৰ মাকক লগ কৰিছিল। এই ভ্ৰমণত উমাদেৱীয়ে নবীন কুমাৰক ট্ৰেন্সজেণ্ডাৰ পৰিচয় সলনি কৰিবলৈ সৈমান কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নবীন কুমাৰক সৈমান কৰাত ব্যৰ্থ হোৱাৰ বাবে উমাদেৱীয়ে আন পাঁচজন লোকৰ সৈতে লগ লাগি নবীন কুমাৰক আক্ৰমণ কৰিছিল। গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত নবীনক যোৱা সপ্তাহত এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত আঘাতৰ বাবেই নবীন কুমাৰে চিকিৎসালয়ত মৃত্যুবৰণ কৰে।

আৰক্ষীয়ে কয় যে উমাদেৱীয়ে নবীন কুমাৰক পুৰুষ হৈ থাকিবলৈ হৰমন সম্পৰ্কীয় ঔষধ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল। কুমাৰে এই ঔষধ গ্ৰহণ কৰিবলৈ অমান্তি হোৱাৰ বাবে উমাদেৱী আৰু তেওঁৰ সহযোগীসকলে নবীন কুমাৰক আক্ৰমণ কৰিছিল।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd