• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ অমান্তি আৰক্ষী: ভুক্তভোগী কন্যাসহ আত্মহত্যাৰ পথ বাছি ল’লে মাতৃয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2022 6:59 am
Woman daughter suicide
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিজ নাবালিকা সন্তান ধৰ্ষণৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰি স্থানীয় আৰক্ষী চকীত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ গৈ আৰক্ষীৰ পক্ষপাতিত্বৰ ফলত বিফল হৈ সন্তানসহ আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে এগৰাকী মহিলাই। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে অন্ধ্ৰ প্ৰদেশত।

ৰাজ্যখনৰ এলুৰু জিলাত সংঘটিত এই ঘটনাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰকাশিত খবৰ অনুসৰি মৃত মহিলাগৰাকীয়ে যোৱা ১২ ছেপ্টেম্বৰত ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ উদ্দেশ্যে এলুৰু জিলাৰ পেদাভেগী আৰক্ষী থানাত উপস্থিত হৈছিল।

Apply Now

স্থানীয় এগৰাকী যুৱকে মৰম কৰাৰ চলেৰে সুযোগ বুজি মহিলাগৰাকীৰ নাবালিকা সন্তানক যৌন নিৰ্যাতন চলাইছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি অভিযোগ দাখিল কৰিবলৈ আৰক্ষীৰ কাষ চাপিছিল মহিলাগৰাকী।

কিন্তু থানাখনত কৰ্মৰত উপ-পৰিদৰ্শক গৰাকীয়ে এই অভিযোগ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে। এনে পৰিস্থিতিত মহিলাগৰাকীয়ে আৰক্ষী বিষয়াগৰাকীয়ে অভিযুক্তৰ বিৰুদ্ধে কিয় কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰাত আৰক্ষী বিষয়া গৰাকীয়ে মাতৃ-কন্যাক গালি-গালাজ কৰি অপদস্থ কৰে বুলি অভিযোগ উত্থাপন হৈছে।

এই ঘটনাত অপমানিত অনুভৱ কৰি তথা ন্যায়ৰ পৰা বঞ্চিত হৈ মহিলাগৰাকীয়ে শীতল পানীয়ৰ সৈতে কীটনাশক মিহলি কৰি কন্যা সন্তানটিসহ সেই পানীয় পান কৰি আত্মহত্যা কৰে।

মৃত মহিলাগৰাকীৰ ভাতৃয়ে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে তেওঁলোকে অভিযোগ দাখিলৰ বাবে যোৱাৰ সময়ত আৰক্ষী উপ-পৰিদৰ্শক গৰাকীয়ে অভিযোগ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ লগতে মাতৃ-কন্যাক অতি নিকৃষ্ট আৰু অশালীনভাৱে গালি-গালাজ কৰে।

এই অপমান সহ্য কৰিব নোৱাৰা বাবেই মহিলাগৰাকীয়ে এনে চৰম পন্থা অৱলম্বন কৰে বুলি অভিযোগ কৰি তেওঁৰ ভাতৃয়ে এই আত্মহত্যাৰ বাবে আৰক্ষী বিষয়াগৰাকীক দোষাৰোপ কৰে।

এজন আৰক্ষী বিষয়াই ধৰ্ষণৰ গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত এগৰাকী নাবালক ছোৱালী আৰু তাইৰ মাতৃয়ে আত্মহত্যা কৰিছিল। ঘটনাটো আৱিষ্কাৰ হোৱাৰ পিছত আৰক্ষী বিষয়াজনক তেওঁলোকৰ আত্মহত্যাত উদগনি দিয়াৰ বাবে নিলম্বিত কৰা হৈছিল।

ঘটনাটোৰ বিষয়ে প্ৰচাৰ হোৱাৰ পাছতে অভিযুক্ত উপ-পৰিদৰ্শক গৰাকীক মাতৃ-কন্যাৰ আত্মহত্যাত উচতনি দিয়াৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm
গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd