DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰূপহীহাটত স্বামীগৃহত অগ্নিদগ্ধ হৈ মৃত্যু মহিলাৰ, প্ৰতিবাদ ৰাইজৰ

স্বামী গুলাম মুস্তাফা আৰু তেওঁৰ প্ৰথমা পত্নীৰ তিনি পুত্ৰই হত্যা কৰাৰ অভিযোগ।

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
August 25, 2019 4:12 pm
Woman death case Assam Nagaon Rupahihat

শনিবাৰে সন্ধ্যা কৰৈগুৰিৰ ছবি।

8.8k
VIEWS
Share on FacebookShare on Twitter

স্বামীগৃহত অগ্নিদগ্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু হোৱাক লৈ ৰূপহীঘাট কৰৈগুৰিৰ একাংশ মহিলা আৰু স্থানীয় ৰাইজে শনিবাৰে নিশা প্ৰতিবাদ জনায়।

কৰৈগুৰি গাঁৱৰ জীয়ৰী নাজিমা পাৰবিন নামৰ মহিলাগৰাকীক ৩নং বৰঘূলিস্থিত স্বামীগৃহত গিৰিয়েক আৰু তেওঁৰ প্ৰথমা পত্নীৰ তিনি পুত্ৰই হত্যা কৰাৰ অভিযোগ তুলিছে ৰাইজে।

ৰাইজৰ মতে, শিক্ষক স্বামী গুলাম মুস্তাফা আৰু তিনি পুত্ৰই মিলি পৰিকল্পিতভাৱে কেৰাচিন ঢালি মহিলাগৰাকীক হত্যাৰ চেষ্টা কৰিছিল আৰু তাৰ পৰিণতিতে মহিলাগৰাকীৰ মৃত্যু হয়।

আৰু সেয়ে, স্বামীসহ তিনি পুত্ৰক আৰক্ষীয়ে শীঘ্ৰে কৰায়ত্ত কৰি “উচিত শাস্তি দিয়া ব্যৱস্থা কৰিব লাগে” বুলি ৰাইজে দাবী জনাইছে।

বৃহস্পতিবাৰে নিশা অগ্নিদগ্ধ হোৱাৰ ঘটনাটো ঘটিছিল।

অগ্নিদগ্ধ মহিলাগৰাকীক সেই নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও শুকুৰবাৰে নিশালৈ চিকিৎসাধীন অৱস্থাতে তেওঁ মৃত্যুক আঁকোৱালি লয়।

শনিবাৰে বিয়লি কৰৈগুৰিস্থিত মাতৃগৃহলৈ মহিলাগৰাকীৰ মৃতদেহ লৈ অহাৰ পিছতে গাওঁখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু ৰাইজে “দোষী”ৰ শাস্তি দাবী জনায়।

Recent News

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd