DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

বিহাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজহুৱা বজাৰত চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি মহিলাক হত্যা কৰিলে দুৰ্বৃত্তই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2022 9:13 pm
woman killed in bihar market
84
VIEWS
Share on FacebookShare on Twitter

লোকচক্ষুৰ সমুখত ৰাজহুৱা বজাৰতে এগৰাকী মহিলাক বৰ্বৰোচিত আক্ৰমণ কৰি চোকা অস্ত্ৰৰে স্তন, হাত, ভৰি, কাণ কাটি হত্যা কৰিছে এক দুৰ্বৃত্তই। শনিবাৰে এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰ জিলাৰ পিৰাপাইণ্টী বজাৰত।

মহিলাগৰাকীক অংগচ্ছেদ কৰাৰ পিছতে দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আক্ৰমণৰ কিছু সময়ৰ পিছতে বজাৰত থকা লোকসকলে বজাৰলৈ নিয়মীয়াকৈ অহা মহিলাগৰাকীক চিনাক্ত কৰে আৰু ঘটনাৰ বিষয়ে তেওঁৰ স্বামী অশোক যাদৱক অৱগত কৰে।

এই খবৰ লাভ কৰাৰ পাছতে অশোক ঘটনাস্থলীত উপস্থিত হয় আৰু বজাৰত থকা কিছু লোকৰ সহযোগত আহত মহিলাগৰাকীক মায়াগঞ্জৰ জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

ইফালে স্থানীয় আৰক্ষীক ঘটনাৰ বিষয়ে অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীৰ এটা দলো ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহিলাগৰাকীয়ে আহত অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ সময়ত আক্ৰমণকাৰীৰ নাম প্ৰকাশ কৰে।

তেওঁৰ ভাষ্য আধাৰতে অভিযুক্ত হত্যকাৰী গৰাকীৰ নাম মহম্মদ চাকিল বুলি আৰক্ষীয়ে উল্লেখ কৰে। এটা পাত্ৰৰ ভিতৰত লুকুৱাই ৰখা চোকা অস্ত্ৰৰে চাকিলে মহিলাগৰাকীক আক্ৰমণ চলাইছিল বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।

ইফালে এই নৃশংস কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত পাঁচগৰাকী লোকক জেৰাৰ বাবে আটক কৰে আৰক্ষীয়ে। ইফালে অভিযুক্ত চাকিল এতিয়াও পলাতক হৈ আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে।

আনহাতে নিহত মহিলাগৰাকীৰ স্বামীয়ে জানিবলৈ দিয়া মতে অভিযুক্ত চাকিলৰ সৈতে তেওঁৰ কোনো শত্ৰুতা নাছিল। গতিকে কি কাৰণত চাকিলে এনে কাণ্ড সংঘটিত কৰিলে, সেই বিষয়ে কোনো ধাৰণা নাই নাই বুলি তেওঁ লগতে কয়।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd