• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লিফ্ট দিয়াৰ ছলেৰে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ; উত্তৰাখণ্ডত ২ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 30, 2026 10:47 am
গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্ত। ফটোঃ সংগ্ৰহীত।

গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্ত। ফটোঃ সংগ্ৰহীত।

14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলন্ত গাড়ীত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উঠিছে। উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। যুৱতীগৰাকীক লিফ্ট দিয়াৰ ছলেৰে তুলি নি দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, অভিযোগৰ ভিত্তিত ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি যুৱতীগৰাকী উধম সিং নগৰৰ ৰুদ্ৰপুৰৰ চিডকুল ঔদ্যোগিক এলেকাৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত। অভিযোগ উত্থাপন হৈছে যে লিফ্ট দিয়াৰ অজুহাতত দুজন লোকে তেওঁক গাড়ীত উঠাই নি দলবদ্ধ ধৰ্ষণ কৰে।

Apply Now

যুৱতীগৰাকী ৰুদ্ৰপুৰ অঞ্চলৰ বাসিন্দা। যোৱা সোমবাৰে তেওঁ কামলৈ গৈছিল। তাত ট্ৰেনজিট কেম্প এলেকাত তেওঁ গাড়ীৰ বাবে অপেক্ষা কৰি আছিল। সেই মুহূৰ্তত গাড়ীত দুজন মানুহ আহি তেওঁক লিফ্ট দিয়াৰ প্ৰস্তাৱ দিয়ে। দুয়োজনে যুৱতীগৰাকীক তেওঁৰ কৰ্মস্থলীত নমাই দিব বুলিও কৈছিল। সিহঁতক বিশ্বাস কৰি তেওঁ গাড়ীত উঠিছিল।

আৰক্ষীৰ সূত্ৰৰ মতে, অভিযুক্তই তেওঁক কৰ্মস্থলীলৈ নিয়াৰ পৰিৱৰ্তে আগতীয়াকৈ ঠিক কৰা ঠাইলৈ লৈ যায়। তাতে গাড়ীতে তেওঁক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীয়ে। যৌন নিৰ্যাতন চলোৱাৰ পিছত লোক দুজনে তেওঁক খালী আৰু নিৰ্জন ঠাইত এৰি থৈ যোৱাৰ অভিযোগ উত্থাপন কৰে। তাৰ পৰাই তেওঁ কেনেবাকৈ ট্ৰেনজিট কেম্প থানাত উপস্থিত হৈ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

ৰুদ্ৰপুৰ চক্ৰ পৰিদৰ্শক প্ৰশান্ত কুমাৰে জানিবলৈ দিয়া মতে, যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হয়। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ একাধিক দল গঠন কৰি তালাচী আৰম্ভ কৰা হয়। মঙলবাৰে তালাচী অভিযানত ৰাহুল দাস নামৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী সূত্ৰ অনুসৰি ৰাহুল উত্তৰ প্ৰদেশৰ পিলভিটৰ গবিয়া চৰাই অঞ্চলৰ বাসিন্দা। তেওঁ ৰুদ্ৰপুৰৰ আদৰ্শ কলনীত বাস কৰে। পিছত আন এজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনায় কুমাৰে।

বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে, এই অপৰাধৰ বাবে ব্যৱহাৰ কৰা গাড়ীখনো জব্দ কৰা হৈছে। এখন হোটেলৰ সমীপতে গাড়ীখন এৰি থৈ গৈছিল অভিযুক্তই। গাড়ীখনৰ ফৰেনছিক পৰীক্ষাও কৰা হৈছে। গাড়ীখনত যুৱতীগৰাকীৰ চুলি আৰু আন কিছু বস্তু উদ্ধাৰ হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd