• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাজধানীতে অসুৰক্ষিত নাৰী: নিচাজাতীয় দ্ৰব্য পান কৰাই মহিলাক দলবদ্ধ ধৰ্ষণ তিনি দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2022 10:04 pm
Gang-Raped In Delhi Hotel
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰীজনিত অপৰাধ তথা ধৰ্ষণৰ দৰে নিকৃষ্ট কাণ্ড। দেশৰ আন প্ৰান্তত বাদেই, ৰাজধানী চহৰতেই সুৰক্ষাবিহীন হৈ পৰিছে মহিলাসকল। ইটোৰ পিছত সিটোকৈ নিয়মিত সংঘটিত ধৰ্ষণৰ ঘটনাই দেশৰ নাৰী সুৰক্ষাৰ ব্যৰ্থতাক উদঙাই দিয়াৰ সময়তে দিল্লীত সংঘটিত এক দলবদ্ধ ধৰ্ষণ কাণ্ড সম্প্ৰতি পোহৰলৈ আহিছে।

প্ৰকাশিত খবৰ অনুসৰি, উত্তৰ-পশ্চিম দিল্লীৰ আদৰ্শ নগৰৰ এখন হোটেলৰ কোঠাৰ ভিতৰত এগৰাকী ৩২ বছৰীয়া মহিলাক নিচাজাতীয় দ্ৰব্য পান কৰাই তিনি দুৰ্বৃত্তই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

জিলাখনৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে গত দেওবাৰে আদৰ্শ নগৰ আৰক্ষী থানাত এটা ফোনকল যোগে এই ঘটনাৰ বিষয়ে অৱগত কৰা হৈছিল।

ফোন যোগে মহিলাগৰাকীয়ে আৰক্ষীক দিয়া ভাষ্য মতে তেওঁৰ পৰিচিত অজয় নামৰ এগৰাকী ব্যক্তিয়ে তেওঁক দেওবাৰে এখন হোটেলৰ কোঠালৈ আমন্ত্ৰণ জনাইছিল। আমন্ত্ৰণ ৰক্ষা কৰি মহিলাগৰাকী হোটেলখনলৈ যায় আৰু হোটেলৰ কোঠাত অজয়ৰ দুগৰাকী বন্ধুকো উপস্থিত থকা দেখিবলৈ পায়।

কিছুসময় কথা-বতৰাৰ পাছতে তেওঁলোকে মহিলাগৰাকীক এটা গিলাচত পানীয় আগবঢ়াই দিয়ে। কিন্তু এই পানীয় পান কৰাৰ পিছতে মহিলাগৰাকী অজ্ঞান হৈ পৰে। ইয়াৰ পিছত তিনিও দুৰ্বৃত্তই মহিলাগৰাকীক উপৰ্যুপুৰি ধৰ্ষণ কৰে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰিছে।

মহিলাগৰাকীৰ বিবৃতি আৰু মেডিকো-লিগেল কেচ (MLC)ৰ প্ৰতিবেদনৰ আধাৰত স্থানীয় আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ডি, ৩৭৭ আৰু ৩২৮ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হয়।

ইতিমধ্যে তিনিও অভিযুক্ত অজয় (৩৯), তাৰা চান্দ (৩৪) আৰু নৰেশ (৩৮) ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীয়ে উল্লেখ কৰা হোটেলখনৰ পৰা নমুনা সংগ্ৰহ কৰাৰ লগতে ঘটনাৰ অনুসন্ধান চলাই থকা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd