DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্ধ ১০৮, নাই পকী পথ; মাজুলীত বতাহ-বৰষুণৰ মাজত ৰাস্তাতে সন্তান প্ৰসৱ মহিলাৰ!

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
September 13, 2018 5:00 pm
majuli woman giving birth on road
940
VIEWS
Share on FacebookShare on Twitter

অসমজুৰি জৰুৰীকালীন ১০৮, ১০২ সেৱা বন্ধ হৈ থকা আৰু সেই লৈ চৰকাৰ উদাসীনতা অব্যাহত থকাৰ মাজতে পকী পথহীন মাজুলীৰ লখিমপুৰ সীমান্তৱৰ্তী পাথৰিঘাটত পথৰ ওপৰতেই বতাহ-বৰষুণৰ মাজতে বৃহস্পতিবাৰে সন্তান প্ৰসৱ কৰিব লগীয়া হৈছে এগৰাকী মহিলাই।

যোগাযোগ বিধ্বস্ত গাওঁখনৰ অইমনি নৰহ নামৰ গৰ্ভৱতী মহিলাগৰাকীক বুধবাৰে মাজুলীৰ গড়মূৰস্থিত চিকিৎসালয়লৈ অনা হৈছিল। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে চিকিৎসকে তেওঁক প্ৰসৱৰ বাবে ৪দিনৰ পিছত চিকিৎসালয়লৈ আহিবলৈ কয়।

কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ অহাৰ পথতে পাথৰিচুক ঘাটৰ পাৰতে প্ৰসৱ যন্ত্ৰণাত চটফটাই পথৰ ওপৰতে বহি পৰে মহিলাগৰাকী।

বতাহ-বৰষুণৰ মাজত উপায়হীন হৈ মহিলাগৰাকীৰ লগত যোৱা পুৰুষকেইজনে ওচৰতে থকা এখন চালিৰ পৰা দুচলা টিনপাট আনি আঁৰ দি ধৰাৰ পিছত কেইগৰাকীমান মহিলাৰ সহায়ত চটফটাই থকা মহিলাগৰাকীয়ে এটি ল’ৰা সন্তান প্ৰসৱ কৰে।

পিছত চাইকেলতে মহিলাগৰাকীক সন্তানটিসহ চিকিৎসালয়লৈ অনা হয়।

অঞ্চলটোৰ লগতে ৰাজ্যজুৰি ব্যাপক চাঞ্চল্য সৃষ্টি কৰা হৃদয়বিদাৰক ঘটনাটো বিজেপি চৰকাৰৰ উন্নয়নৰ শ্ল’গানলৈ চৰম ভ্ৰুকুটিৰূপে পৰিগণিত হৈছে।

মহিলাগৰাকীৰ গাওঁখন মুখ্য মন্ত্ৰী সোণোৱালৰ সমষ্টি বৃহত্তৰ মাজুলীৰে অংশ যদিও ই লখিমপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত।

অগপ বিধায়ক উৎপল দত্তৰ এই লখিমপুৰ সদৰ সমষ্টিৰে আন এগৰাকী গৰ্ভৱতী মহিলাক কিছুদিন পূৰ্বে ঠেলাৰে চিকিৎসালয়লৈ অনাৰ ঘটনায়ো ৰাজ্যজুৰি ক্ষোভৰ সৃষ্টি কৰিছিল।

Recent News

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

তাচপাতৰ দৰে খহিছে আদানীৰ সম্পত্তি : ২০ৰ পৰাও বাহিৰ আদানী

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

এন পি পি যদি গণমুখী হ’লহেঁতেন তেন্তে বিজেপিৰ সৈতে হাত মিলাই নাথাকিলহেঁতেন : টিএমচিৰ নেতা এন্ড্ৰিউ ছুল্লাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd