• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিটেনচন কেম্পত থকা ‘বিদেশী’ ঘোষিত মহিলাই CAAৰ অধীনত অসমত পালে ভাৰতীয় নাগৰিকত্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2026 9:30 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলাগৰাকীক ‘বিদেশী’ ঘোষণা কৰা হৈছিল। বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশত ডিটেনচন কেম্পত দিন কটাইছিল। শিলচৰৰ ডিটেনচন কেম্পত দুবছৰ কটাইছিল। অৱশেষত নাগৰিকত্ব (সংশোধনী) আইন (CAA)ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰে মহিলাগৰাকীয়ে।

সূত্ৰৰ পৰা জানিব পৰা মতে, ‘বিদেশী’ বুলি ঘোষণা হোৱা আৰু ডিটেনচন কেম্পত থকাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে কাৰোবাক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে।

Apply Now

জানিব পৰা মতে, মহিলাগৰাকীৰ নাম দীপালী দাস। বাংলাদেশৰ চিলেটত জন্মগ্ৰহণ কৰিছিল বৰ্তমান ৬০ বছৰীয়া মহিলাগৰাকী। অৱশ্যে ১৯৮৮ চনৰ ৭ ফেব্ৰুৱাৰীত অসমলৈ আহি শিলচৰৰ ধলাই অঞ্চলৰ হাৱাইথাংত বসবাস কৰিবলৈ আৰম্ভ কৰে।

অসমৰ বিদেশী ন্যায়াধিকৰণে তেওঁৰ হাতত নাগৰিকত্বৰ কোনো নথি নথকাৰ বাবে তেওঁক ‘বিদেশী’ বুলি চিনাক্ত কৰে। ২০১৯ চনত নাগৰিকত্বৰ নথি দাখিল কৰিব নোৱাৰাৰ বাবে ডিটেনচন কেম্পত থাকিবলৈ নিৰ্দেশ দিয়া হয়। মুকলি হোৱাৰ পূৰ্বে প্ৰায় দুবছৰ ধৰি তেওঁ ডিটেনচন কেম্পত আছিল।

জানিব পৰা মতে, মুকলি হোৱাৰ পাছত দীপালীয়ে অঞ্চলটোৰ এগৰাকী সমাজকৰ্মীৰ সৈতে যোগাযোগ কৰে। ধৰ্মানন্দ দেৱ নামৰ এজন অধিবক্তাৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰে। দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত দীপালীয়ে নাগৰিকত্ব লাভ কৰিছে।

সূত্ৰ অনুসৰি, তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছে অসমৰ লোকপিয়ল সঞ্চালকালয়ৰ সঞ্চালক বিশ্বজিৎ পেগুৱে। ইয়াত উল্লেখ আছে যে দীপালী সকলো ৰাজনৈতিক আৰু অন্যান্য অধিকাৰ, ক্ষমতা আৰু সা-সুবিধা লাভৰ অধিকাৰী হ’ব। ভাৰতীয় নাগৰিকৰ সকলো বাধ্যবাধকতা, কৰ্তব্য আৰু দায়িত্বও পালন কৰিব।

অধিবক্তা ধৰ্মানন্দই কয়, ‘এই গোচৰটো কেৱল অনন্যই নহয়, ঐতিহাসিকো। কাৰণ বিদেশী ঘোষণা কৰি আটক কৰি ৰখাৰ পিছতো এতিয়া তেওঁক CAAৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে।’ তেওঁ লগতে দাবী কৰে যে ডিটেনচন কেম্পত থকা কোনো লোকক প্ৰথমবাৰৰ বাবে দেশত নাগৰিকত্ব দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd