• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমৃতপল সিঙৰ অধিবক্তাৰ পৰিচয়েৰে ডিব্ৰুগড়ৰ হোটেলক ৫৩ হাজাৰ টকাৰ প্ৰতাৰণা মহিলাৰ

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় by অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়
September 3, 2024 9:09 am
‘দ্য ডিব্ৰুগড় এড্ৰেছ’ হোটেল।

‘দ্য ডিব্ৰুগড় এড্ৰেছ’ হোটেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপল সিঙৰ আইনী উপদেষ্টা বুলি দাবী কৰা এগৰাকী মহিলাই ডিব্ৰুগড়ৰ এখন হোটেলত ভুৱা ইউপিআই পেমেণ্ট কৰি ৫৩ হাজাৰ টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰিয়া মিশ্ৰ নামৰ মহিলাগৰাকীয়ে প্ৰায় দুমাহ ‘দ্য ডিব্ৰুগড় এড্ৰেছ’ নামৰ হোটেলখনত থকাৰ পিছত অভিযোগ অনুসৰি সম্পূৰ্ণ বিল কৰা ধন ক্লিয়াৰ নকৰাকৈয়ে চেক আউট কৰে।

‘এই বছৰৰ ১৩ জুনত পুৱা প্ৰায় ১০.২৫ বজাত প্ৰিয়া মিশ্ৰই আমাৰ হোটেলত চেক ইন কৰিছিল। অমৃতপল সিঙৰ আইনী উপদেষ্টা বুলি দাবী কৰি প্ৰায় দুমাহ ইয়াত থাকিল,’-হোটেলখনৰ অন্যতম মালিক ভাস্বতী ফুকনে এইদৰে কয়।

Apply Now

ফুকনে কয় যে তেওঁ ইয়াত থকাৰ সময়ছোৱাত বেছিভাগ সময় হোটেলৰ কোঠাত কটাইছিল, আৰু ১৩ আগষ্টৰ পুৱা প্ৰায় ৬.২৮ বজাত তেওঁ চেক আউট কৰিছিল।

লগতে পঢ়কঃ জীৱন জিন্দাবাদ! শিৱসাগৰৰ বকতাৰ এজন উদ্যমী যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টা; হাতে কামে অসমীয়া

চেকআউটৰ সময়ত মুঠ বিলৰ ধনৰ বাকী ধন পৰিশোধ কৰিবলৈ মিশ্ৰই ভুৱা ইউপিআই ব্যৱহাৰ কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

‘আমাৰ হোটেলত থকাৰ সময়ত ১,৫৭,৮০০ টকা বিল আছিল যদিও তেওঁ মাত্ৰ এক লাখ টকাহে দিছিল। চেকআউটৰ সময়ত তেওঁ ইউপিআইৰ জৰিয়তে ৫৩ হাজাৰ টকাৰ বেলেঞ্চ ধন দিছিল যিটো ভুৱা বুলি ওলাইছিল আৰু সেয়া আমাৰ বেংক একাউণ্টত কেতিয়াও জমা হোৱা নাছিল,’-ফুকনে লগতে কয়।

হোটেলখনৰ মালিকপক্ষই মিশ্ৰৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষীক এজাহাৰ দাখিল কৰিছে।

‘আমি মিশ্ৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছো আৰু বিলৰ ধন আদায় দিবলৈ তেওঁক অৱগত কৰিছো। অৱশ্যে আজিলৈকে তেওঁ সেয়া ক্লিয়াৰ কৰা নাই৷ তেওঁ দুবাৰকৈ মুঠ বিলৰ ধনৰ এটা অংশ ভিএমচিচিএছ গল্ড পেমেন্টৰ জৰিয়তে পৰিশোধ কৰিছিল।’-ফুকনে কয়।

লগতে পঢ়কঃপেৰালিম্পিকত এক নতুন অভিলেখ গঢ়ি জেভেলিনত স্বৰ্ণ পদক জয় ভাৰতৰ সুমিত এন্টিলৰ

ফুকনে কয় যে মিশ্ৰৰ চেকআউটৰ সময়ত মিশ্ৰই একেটা পেমেণ্ট মোডৰ জৰিয়তে বেলেঞ্চৰ ধন পৰিশোধ কৰিছিল যদিও সেয়া কেতিয়াও ক্ৰেডিট হোৱা নাছিল।

ইফালে ডিব্ৰুগড় আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm
এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd