• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কি যে কাণ্ড! নিজৰ ঘৰতে জুই লগাই দি বাহিৰত আৰামেৰে চকীত বহি চাই থাকিল মহিলাই!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 8, 2021 10:28 am
maxresdefault

ফটো: সংগৃহিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুমান কাণ্ডই কোনো অবান্তৰ চিন্তাকে সন্মুখলৈ আনি মানুহৰ মন-মগজুক আলোড়িত কৰি তোলে। এনে এক কাণ্ডত এগৰাকী মহিলাই কি কৰিলে চাওক।

ঘৰৰ সন্মুখৰ লনৰ ওপৰত চকীত বহি কিতাপ পঢ়িছে মহিলাগৰাকীয়ে। তেওঁৰ সেই দৃশ্য কেমেৰাত বন্দী কৰি ৰাখে প্ৰতিবেশীয়ে। পাছত সেয়া ভাইৰেল হৈ পৰে।

Apply Now

কিন্তু মহিলাগৰাকীয়ে কেবল লনত বহি কিতাপ পঢ়ি থকাতনো কাৰ কিহৰ আপত্তি থাকিব পাৰে? পিচে, সেয়া নহয়, লনত চকীত আহি বহাৰ পূৰ্বে মহিলাগৰাকীয়ে নিজৰ ঘৰতে জুই লগাই থৈ আহিছিল।

এইটো আমেৰিকাৰ মেৰিলেণ্ড অঞ্চলৰ ঘটনা। অ্যাভেৰি হেমণ্ড নামৰ ব্যক্তিগৰাকীয়ে এই ভিডিঅ’টো ৰেকৰ্ড কৰিছিল। ভাইৰেল হৈ পৰা সেই ভিডিঅ’টোত দেখা গৈছে এখন ঘৰৰ বাৰান্দাত মহিলা এগৰাকী আৰু এগৰাকী পুৰুষৰ কাজিয়া হৈছে।

অভিযুক্ত মহিলাগৰাকী হৈছে ৪৭বছৰীয়া গেইল মেট’ৱালি। গেইলে পাছত ঘৰখনৰ আন এগৰাকী মহিলাৰ সৈতে কাজিয়াত লিপ্ত হোৱা দেখা গৈছে। ভিডিঅ’টোৰ এটা অংশত দেখা গৈছে যে গেইলে বাহিৰত চকীত বহি আছে আৰু ঘৰটোৰ ভিতৰত জুই জ্বলিছে।

বাতৰি অনুসৰি উক্ত ঘৰটোত চাৰিগৰাকী লোক থাকে। ঘটনাৰ সময়ত ইয়াৰে দুগৰাকী বাহিৰত আছিল। আৰু এগৰাকী মহিলা ঘৰৰ বেছমেন্টত আছিল। তেওঁৱেই আতংকিত হৈ চিঞৰিছিল। পাছত কোনোমতে বেছমেন্টৰ খিৰিকি ভাঙি চুবুৰীয়াসকলে মহিলাগৰাকীক উদ্ধাৰ কৰে।

ইপিনে, দীৰ্ঘসময় ধৰি জুই জ্বলাই দি ৰং চাই থকা গেইল হঠাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। চুবুৰীয়াসকলে দিয়া খৱৰ লাভ কৰি অগ্নি নিৰ্বাপক গাড়ী আহি জুই নুমুৱায়।

ঘটনাৰ পাছতে গেইলৰ বিৰুদ্ধে অগ্নিসংযোগ তথা হত্যাৰ প্ৰচেষ্টাৰ অভিযোগ অনা হৈছে। মেৰিলেণ্ড আৰক্ষীয়ে গেইলক গ্ৰেপ্তাৰ কৰে। মানসিক ভাৰসাম্য হেৰুওৱা গেইলৰ বিৰুদ্ধে বিভিন্ন ধাৰাত গোচৰ তৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘ই এক উদ্দেশ্যপ্ৰণোদিত হাৰাশাস্তি!’ প্ৰাক্তন ন্যায়াধীশ যশোৱন্ত বাৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ আৱেদন খাৰিজ দিল্লী উচ্চ ন্যায়ালয়ৰ

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

‘এল কে আদৱানীৰ নামেই যদি নাথাকে, তেন্তে কাৰ নাম থাকিব?’—এছ আই আৰক লৈ আখিল গগৈৰ প্ৰশ্ন

September 21, 2026 9:16 pm
চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

চামগুৰিত কংগ্ৰেছৰ কনভয় আৰু সাংবাদিকৰ ওপৰত গুণ্ডাবাহিনীৰ আক্ৰমণক লৈ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

September 21, 2026 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd