• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পত্নীয়ে পৰকীয়া প্ৰেমিকেৰে মিলি গিৰিয়েকক হত্যা কৰি মৃতদেহ পেলালে ব্ৰহ্মপুত্ৰত

মৃদুল প্ৰীতম ডেকা মৃদুল প্ৰীতম ডেকা
কামৰূপ , June 6, 2019 9:57 pm

1 min read

2k
VIEWS
Share on FacebookShare on Twitter

কামৰূপৰ বাথানত এগৰাকী মহিলাই প্ৰেমিকৰ সৈতে মিলি নিজৰ স্বামীক হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়া ঘটনাই সমগ্ৰ কামৰূপত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণি মতে কামৰূপৰ বাথানৰ অঞ্জু দাস নামৰ মহিলাগৰাকীয়ে ৩ জুনত নিশাৰ আহাৰত স্মামীৰ লগতে দুই সন্তানৰ আহাৰত নিচাযুক্ত দ্ৰব্য মিহলাই দিছিল। আৰু পিছত প্ৰেমিক তপন দাসৰ সৈতে মিলি গিৰিয়েক প্ৰফুল্ল দাসক ডিঙি চেপি হত্যা কৰি মৃতদেহ ব্ৰহ্মপুত্ৰত পেলাই দিয়ে।

ইয়াৰ পিছতে চতুৰ অঞ্জু দাসে শুৱালকুছি থানাত গিৰিয়েক প্ৰফুল্ল দাস সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰে।

আনহাতে অঞ্জু দাসে দাখিল কৰা এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত চলাই স্বামী হন্তা অঞ্জু দাস আৰু তপন দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা দুয়ো অভিযুক্তই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে।

ইফালে প্ৰফুল্ল দাসৰ মৃতদেহৰ সন্ধানত আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত ব্ৰহ্মপুত্ৰত অভিযান চলাইছে যদিও বাতৰি লিখা পৰলৈকে মৃতদেহৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

Recent News

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd