DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যুদ্ধ আৰু সংঘাতৰ প্ৰথম বলি নাৰী : ৰাষ্ট্ৰসংঘ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2023 6:08 pm
125
VIEWS
Share on FacebookShare on Twitter

যুদ্ধ আৰু সংঘাতৰ প্ৰথম বলি নাৰী। কিন্তু কূটনৈতিক প্রক্রিয়াত মহিলাৰ প্রতিনিধিত্ব এতিয়াও অতি কম। মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এই কথা কয় নিৰাপত্তা পৰিষদৰ বিষয়াসকলে।

৮ মাৰ্চৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকক্ষণত যোৱা মঙল বাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে নাৰী, শান্তি আৰু নিৰাপত্তা সম্পৰ্কীয় এক আলোচনাচক্ৰ অনুষ্ঠিত কৰে। এই আলোচনাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰসংঘৰ মহিলা কাৰ্যবাহী সঞ্চালক চিমা বাহৌছে আন্তঃৰাষ্ট্ৰীয় সমাজক মহিলাসকলৰ জীৱন, স্বাস্থ্য আৰু অধিকাৰ সুৰক্ষিত কৰাৰ বাবে অধিক শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আফগানিস্তানত চলি থকা ‘যৌন বৰ্ণবৈষম্য’ক তীব্ৰ সমালোচনা কৰে চিমা বাহৌছে। তেওঁ কয়, আফগানিস্তান হৈছে মহিলাৰ অধিকাৰ কাঢ়ি লোৱাৰ অন্যতম ডাঙৰ উদাহৰণ।

চিমা বাহৌছে ৰাছিয়া–ইউক্ৰেইন যুদ্ধৰ আঁত ধৰি মহিলাৰ দুদৰ্শাৰ বিষয়ে আলোচনা আৰম্ভ কৰে। তেওঁ কয় যে যুদ্ধৰ বাবে ইউক্ৰেইনৰ পৰা পলায়ন কৰিবলগীয়া হোৱা লাখ লাখ লোকৰ ভিতৰত প্ৰায় ৯০ শতাংশই মহিলা আৰু শিশু। এই যুদ্ধত স্থানচ্যুত হোৱাসকলৰ ৭০ শতাংশই মহিলা।

চিমা বাহৌছে মন্তব্য কৰে যে শান্তিয়েই হৈছে নাৰীৰ দুখ–কষ্ট কমোৱাৰ একমাত্ৰ উপায়।

ৰাষ্ট্ৰসংঘৰ এই আলোচনাচক্ৰত আমেৰিকাৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ–গ্ৰীনফিল্ডেও একে কথাই কয়। তেওঁ বিশ্বত নাৰীৰ ওপৰত হোৱা হিংসাৰ কথা আলোচনা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

ফ্ৰান্সৰ বিষয়া মাৰ্লিন শ্বিপাই কয় যে যুদ্ধ আৰু সংকটৰ সময়ত মহিলাসকলে সৰ্বাধিক ত্যাগ কৰিবলগা হয়। উদাহৰণ হিচাপে তেওঁ ইউক্ৰেইন, য়েমেন, ছোমালিয়া আদি দেশৰ পৰিস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ কয়, সকলো সংঘাত আৰু সংকটতে মহিলাসকল বিশেষভাৱে বলি হয়। যুদ্ধৰ পৰিস্থিতি না না হিংসাত্মক ঘটনাৰ লগতে মহিলাসকল ব্যাপকভাবে যৌন শোষণৰ বলি হোৱা দেখা যায়।

Recent News

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

বন্দুকৰ গুলী হেৰুওৱাৰ শাস্তি; সমগ্ৰ চহৰতে লকডাউন জাৰি কৰিলে কিম জং-উনে

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি  ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ডোকলাম সন্দৰ্ভত ভূটানৰ মন্তব্যত উদ্বিগ্নতা বৃদ্ধি ভাৰতৰ! কি কৈছিল প্ৰধানমন্ত্ৰী লোটে শ্বেৰিঙে?

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ঘোষণা হ’ল কৰ্ণাটক বিধান সভাৰ নিৰ্বাচনৰ তাৰিখ

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

ধিক হিমন্তৰ স্বাস্থ্যখণ্ড ! চিকিৎসক নাই, অক্সিজেনৰ অভাৱত প্ৰাণ এৰিলে ১৮ মহীয়া শিশুৱে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd