• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি: তামুলপুৰত প্ৰেমিকৰ সৈতে আত্মহত্যা কৰিলে বিবাহিতা মহিলাই

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 5, 2021 2:21 pm
pre
391
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰৰ কাউলিত পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি।

স্বামী গৃহৰ পৰা ওলাই গৈ প্ৰেমিকৰ ঘৰত আত্মহত্যা মহিলা আৰু প্ৰেমিক যুৱকৰ।তামুলপুৰ মহকুমাৰ কাউলীৰ চন্দ্ৰনগৰত বুধবাৰে আবেলি সংঘটিত হৈছে এই ঘটনা।

স্বামী গৃহৰ পৰা এগৰাকী মহিলাই কন্যা-পুত্ৰক এৰি কাউলীৰ চন্দ্ৰনগৰৰ বিপুল দে’ নামৰ যুৱক গৰাকীৰ ঘৰত গৈ প্ৰেমিক বিপুল দে’ আৰু মহিলা গৰাকীয়ে একেলগে বিষ পান কৰি মৃত্যুক সাৱটি লয়।

বিপুল দেৰ বাসগৃহত বহু সময় দৰ্জা বন্ধ থকা প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে দৰ্জা ভাঙি প্ৰৱেশ কৰাত প্ৰেমিক- প্ৰেমিকাক বিষ পান কৰা দেখি ততাতৈয়াকৈ কুমাৰীকাটা চিকিৎসালয়লৈ লৈ আনে যদিও ইতিমধ্যে মৃত্যুক সাৱটি লৈছিল প্ৰেমিক বিপুল দেই।

আনফালে মহিলা গৰাকীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যোৱা সময়ত মৃত্যুক আঁকোৱালি লয় মহিলা গৰাকীয়েও।

সমগ্ৰ ঘটনাক লৈ ইতিমধ্যে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

মহিলা গৰাকীৰ স্বামীয়ে জনোৱা মতে, দীর্ঘ দিন ধৰি বিপুল দেৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল তেওঁৰ পত্নীয়ে।
ঘটনা সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে কুমাৰীকাটা আৰক্ষীয়ে।

ইতিমধ্যে কুমাৰীকাটা আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে দুয়োটা মৃতদেহ প্ৰেৰণ কৰিছে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ।

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd