• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণতন্ত্ৰৰ উত্থান; অসমত প্ৰথমবাৰৰ বাবে মহিলাই সম্পূৰ্ণৰূপে পৰিচালনা কৰিলে ভোটগ্ৰহণ কেন্দ্ৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 11, 2019 6:54 pm
women run polling station inAssam

মহিলাই পৰিচালনা কৰা ভোটগ্ৰহণ কেন্দ্ৰ এটাৰ দৃশ্য শিৱসাগৰত।

697
VIEWS
Share on FacebookShare on Twitter

অসমৰ পাঁচটা লোকসভা সমষ্টিৰ বাবে প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ আমগুৰি আৰু থাওৰা বিধানসভা সমষ্টিৰ ছটা ভোটগ্ৰহণ কেন্দ্ৰ এইবাৰ মহিলাই পৰিচালনা কৰে। অসমত প্ৰথমবাৰৰ বাবে মহিলাই এনেদৰে ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে পৰিচালনা কৰে।

১০৩ নং আমগুৰি বিধানসভা সমষ্টিৰ আউনিআটী হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূব) আৰু আউনিআটী হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় (পশ্চিম), ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয় (দক্ষিণ),ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয় (পূৱ), ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ অ’ এন জি চি প্ৰাথমিক বিদ্যালয় (উত্তৰ) আৰু অ এন জি চি প্ৰাথমিক বিদ্যালয় (দক্ষিণ)ত স্থাপন কৰা ভোটগ্ৰহণ কেন্দ্ৰকেইটা সম্পুৰ্ণৰূপে মহিলাই পৰিচালনা কৰে।

উল্লেখযোগ্য যে, ভোটগ্ৰহণ কেন্দ্ৰকেইটাৰ দায়িত্বত থকা প্ৰিজাইডিং বিষয়া, পোলিং বিষয়াৰ লগতে মহিলা নিৰাপত্তাৰক্ষী আৰু মহিলা সাধাৰণ কৰ্মচাৰীও নিয়োগ কৰা হৈছিল।

আনহাতে, শিৱসাগৰ জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টিৰ মুঠ ৪০ টা ভোটগ্ৰহণ কেন্দ্ৰত অনলাইনভাবে ভোটাৰৰ গতিবিধি নিৰীক্ষণ কৰাৰ বাবে চি চি টিভিৰ ব্যৱস্থা কৰা হৈছিল আৰু শিৱসাগৰ আৱৰ্ত ভৱনৰ পৰা ইয়াক নিয়ন্ত্ৰণ কৰা হয়।

Tags: নিৰ্বাচন ২০১৯

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd