• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্ধ্ৰপ্ৰদেশত উদ্যোগৰ পৰা গেছ নিৰ্গমন: অসুস্থ হৈ পৰিল ২০০ ৰো অধিক মহিলা কৰ্মী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 3, 2022 8:54 pm
133
VIEWS
Share on FacebookShare on Twitter

এক গেছ দুৰ্ঘটনাৰ ঘটনাই আজি জোকাৰি গ’ল অন্ধ্ৰ প্ৰদেশক।

ৰাজ্য খনৰ আনাকাপালে জিলাত থকা উদ্যোগৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত উদ্যোগটোৰ কাষতে থকা ব্ৰেণ্ডিক্স এপাৰেল ইণ্ডিয়া নামৰ এটা পোছাক প্ৰতিষ্ঠানৰ প্ৰায় ২০০ গৰাকী মহিলা কৰ্মী অসুস্থ হৈ পৰে। পোৰাছ লেবৰেটৰী নামৰ কোম্পানীটোত গেছ নিৰ্গমন হোৱাৰ ঘটনাটো ঘটে।

অন্ধ্ৰ প্ৰদেশৰ অচ্যুতপুৰম অঞ্চলৰ বিশেষ অৰ্থনৈতিক ক্ষেত্ৰত সংঘটিত হয় এই গেছ নিৰ্গমনৰ ঘটনা।

কোম্পানীটোৰ পৰা গছে নিৰ্গমন হোৱাৰ পিছতে কাষত থকা বস্ত্ৰ উদ্যোগত কাম কৰি থকা মহিলাসকলে বমি, মূৰৰ বিষ আৰু চকু জ্বলা-পোৰা কৰাৰ লক্ষণত ভুগিবলৈ ধৰে।

ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গেছ নিৰ্গমনৰ ফলত অসুস্থ হৈ পৰা মহিলাসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

সকলো অসুস্থ মহিলাই বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে। অনকাপল্লীৰ আৰক্ষী অধীক্ষক গৌতমী চালীয়ে কয় যে গেছবিধ মাৰাত্মক নাছিল।

নিৰ্গমন হোৱা গেছ বিধ এমোনিয়া গেছ আছিল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

গেছ নিৰ্গমনৰ সময়ত কোম্পানীটোত ১,৮০০ জন লোকে কাম কৰি আছিল।

সকলো কৰ্মচাৰীকে ইতিমধ্যে স্থানান্তৰিত কৰা হৈছে। অসুস্থ লোকসকলক অচ্যুতপুৰমৰ দুখন ব্যক্তিগত চিকিৎসালয় আৰু আনাকাপালৰ এনটিআৰ চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল। উদ্যোগটোৰ পৰা কিদৰে গেছ নিৰ্গমন হ’বলৈ পালে সেয়া আৰক্ষীয়ে পৰীক্ষা কৰি আছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd