• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুৰুষতকৈ অধিক ধূম্ৰপান কৰে মহিলাই: ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 23, 2019 5:07 pm

2 min read

woman-smoking

প্ৰতিনিধিত্বমূলক ফটো

575
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ধূম্ৰপানৰ ক্ষেত্ৰত এতিয়া পুৰুষতকৈ মহিলা আগত আছে।

বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization)ই তেওঁলোকৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ কৰিছে যে সমগ্ৰ বিশ্বতে পুৰুষতকৈ মহিলাসকলে অধিক ধূম্ৰপান কৰিবলৈ লৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই নিজেই স্বীকাৰ কৰিছে যে ইতিহাসত প্ৰথমবাৰৰ বাবে এনে দেখা গৈছে য’ত ধূম্ৰপানৰ দৰে প্ৰাণঘাতী কাৰ্যত পুৰুষৰ সংখ্যা হ্ৰাস পাইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অংঘানোম গেব্ৰিয়াছিছে কয়,’’বিগত দশকৰ পৰা দেখা গৈছিল যে ধূম্ৰপানৰ ক্ষেত্ৰত পুৰুষৰ সংখ্যা বৃদ্ধি পাই আহিছে। কিন্তু এইবাৰ প্ৰথম বিভিন্ন দেশক একত্ৰিত কৰি চলোৱা সমীক্ষাই কৈছে যে মহিলাসকলে পুৰুষতকৈ অধিক ধূম্ৰপান কৰিবলৈ লৈছে।‘’

ইপিনে, ভাৰতো গ্ল’বেল এডাল্ট টবেক’ চাৰ্ভে (GATS)ত কোৱা হৈছে যে ধঁপাত আৰু ধূম্ৰপানৰ ক্ষেত্ৰত মহিলাসকল পুৰুষৰ প্ৰায় ওচৰত আছে।

চিগাৰেট সেৱনৰ ক্ষেত্ৰত মহিলা পূৰ্বতকৈ পুৰুষৰ তুলনাত বৃদ্ধি পাইছে।

বিভিন্ন গৱেষণাত এইটো পোৱা গৈছে যে ধূম্ৰপান বা ধঁপাতজাত সামগ্ৰীৰ ব্যৱহাৰৰ ফলত কেন্সাৰৰ দৰে মাৰাত্মক ৰোগ হয়। এনে সামগ্ৰীৰ সেৱনৰ ফলত হাৰ্টৰ ৰোগ, হাৰ্ট এটেক আৰু আন সংক্ৰমণহীন ৰোগ হয়।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে সমগ্ৰ বিশ্বতে ধূম্ৰপান বা আন ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰাৰ ফলত প্ৰায় ৮০ লাখ লোকে প্ৰাণ হেৰুৱাব লগা হয়। তদুপৰি, প্ৰায়১২ লাখ লোকে পৰোক্ষ ধূম্ৰপানৰ চিকাৰ হৈ মৃত্যুবৰণ কৰিছে।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd