• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ স্মৃতিত পুথিভঁড়াল আৰু সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভ; সাংসদে পাহৰিলে প্ৰতিশ্ৰুতি

NE NOW NEWS পুলেন্দ্র দাস
বৰপেটা , December 10, 2020 7:18 pm

1 min read

d27bd35b-7d32-47ec-83fe-52210b9579fa-750x375

প্ৰয়াত গোকুল পাঠকৰ ফাইল ফটো।

334
VIEWS
Share on FacebookShare on Twitter

কলাগুৰু বিষ্ণুৰাভা, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ সংগী বিশিষ্ট শিল্পী, সাহিত্যিক, সাংবাদিক প্ৰয়াত গোকুল পাঠকৰ স্মৃতিৰাজি সংৰক্ষণৰ বাবে আজি গোকুল পাঠক পুথিভঁড়াল আৰু সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভ কৰা হয় ৷

প্ৰয়াত গোকুল পাঠকৰ জেইল ৰোডস্থিত বাসভৱনত পুথিভঁড়াল আৰু সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷

বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ বিধায়ক পুজিৰ ৬ লাখ টকা ব্যয় সাপেক্ষে এই পুথিভঁড়াল আৰু সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভ কৰা হয় ৷

আজিৰ শুভাৰম্ভ অনুষ্ঠানত ৱাৰ্ড মেম্বাৰ নয়ণমণি ওজা, গোকুল পাঠকৰ পুত্ৰ দীপক কুমাৰ পাঠক, জোৱাই অবনী কুমাৰ দাস উপস্থিত থাকে ৷

গোকুল পাঠকৰ নাতি নাৰয়ণ পাঠকে আঁত ধৰা অনুষ্ঠানত স্থানীয় একাংশ ৰাইজ উপস্থিত থাকে ৷

উল্লেখ্য যে, বৰপেটাৰ মহীৰূহ গোকুল পাঠক শয্যাগত অৱস্থাত থাকোতে গোকুল পাঠকৰ স্মৃতিৰাজি সংৰক্ষণৰ বাবে এটা সংগ্ৰহালয় নিৰ্মাণ কৰিব বুলি বৰপেটাৰ সাংসদ আব্দুল খালেকে প্ৰতিশ্ৰুতি দিছিল ৷

যোৱা ১০ মেত গোকুল পাঠকৰ মৃত্যু হয় যদিও বৰপেটাৰ সাংসদ গৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰা দূৰৰ কথা গোকুল পাঠকৰ মৃত্যুৰ ছয় মাহ উকলি যোৱাৰ পিছতো পৰিয়ালৰ খা-খবৰ নল’লে৷

গোকুল পাঠকৰ সমাধিক্ষেত্ৰ সংৰক্ষণ কৰাৰ বাবে সাংসদ গৰাকীয়ে ব্যৱস্থা লব বুলি আশা প্ৰকাশ কৰিছে গোকুল পাঠকৰ পৰিয়ালবৰ্গই ৷

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd