DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ চাপানালাত মালিকপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
March 5, 2019 12:43 pm
protest of tea workers at Nagaon

ফটো : নৰ্থ-ইষ্ট নাও

346
VIEWS
Share on FacebookShare on Twitter

চাহ শ্ৰমিকৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ দাবীত আজি উত্তাল হৈ পৰে নগাঁও জিলাৰ চাপানালাৰ ইণ্ডিয়ান চাহ বাগিচা। মালিকপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰি বাগিচাখনৰ দুই শতাধিক চাহ শ্ৰমিকে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও শাখা আৰু চাপানালা উপ শাখাৰ উদ্যোগত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিকে আদি কৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰায় দুই শতাধিক চাহ শ্ৰমিকে কাম-কাজ এৰি সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ।

নগাঁৱৰ চাপানালাৰ বহু বছৰ পুৰণি এই ইণ্ডিয়ান চাহ বাগিচাৰ চাহ শ্ৰমিক সকলক মালিক পক্ষৰ লগতে নগাঁও জিলা চাহ শ্ৰমিক সংঘৰ প্ৰাক্তন সভাপতি বিন্দু গঞ্জুৱে দীৰ্ঘদিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰখা বুলিও অভিযোগ উত্থাপন কৰে।

আনহাতে বিন্দু গঞ্জুয়ে বাগিচাখনত অনাধিকাৰ হস্তক্ষেপ কৰি যথেষ্ট বিসংগতিৰ সৃষ্টি কৰা বাবেই আজিৰ এই দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় বুলি মন্তব্য কৰে শ্ৰমিকসকলে।

ইয়াৰ উপৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও শাখা আৰু চাপানালা উপ-শাখাৰ লগতে চাহ শ্ৰমিকসকলে অতি শীঘ্ৰেই অঞ্চলটোৰ ভিতৰতে অতি পিছপৰা বাগিচাখনত থকা বিভিন্ন সমস্যাসমূহ সমাধান কৰি এখন আগশাৰীৰ বাগিচাৰূপে প্ৰতিষ্ঠা কৰিবলৈও দাবী জনায়।

ইফালে চাহ বাগিচাৰ মালিকপক্ষৰ লগতে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ দাবীসমূহ পূৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে আটছাৰ নেতৃত্বই।

Recent News

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

২০৪৭ চনৰ ভিতৰত আমি আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সপোন সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিমঃ ৰাষ্ট্ৰপতি মুৰ্মু

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

কাশ্মীৰৰ গুৰেজ উপত্যকাৰ এলঅ’চিত উৰিল হস্তনিৰ্মিত ত্ৰিৰংগা

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হৰ ঘৰ ত্ৰিৰংগা: হাৰিয়ানাত ৬,৬০০ ফুট দীঘল ত্ৰিৰংগা লৈ বিশাল ৰেলী

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

হাতে হাতে ত্ৰিৰংগালৈ পথাৰলৈ ৰাওঁনা দুধনৈৰ মাজ-জাখিলীৰ ৫০-৬০ গৰাকী মহিলা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd