DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এখন শিশু শ্ৰমিকহীন সমাজ গঢ় দিয়াতো সকলোৰে নৈতিক দায়িত্ব : বংকিম শৰ্মা

হাফলংত শিশু শ্ৰম প্ৰতিৰোধৰ ওপৰত কৰ্মশালা

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
June 19, 2019 7:44 am
IMG-20190618-WA0007

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

হাফলং আৱৰ্ত ভৱনত মঙলবাৰে ডিষ্ট্ৰিক্ট লিগ্যাল চাৰ্ভিচ অথ’ৰিটি আৰু জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত শিশু শ্ৰম আইন আৰু ইয়াৰ প্ৰতিৰোধৰ ওপৰত এক কৰ্মশালা অনুষ্ঠিত হয়।

উক্ত কৰ্মশালাত উপস্থিত থাকে ডিষ্ট্ৰিক্ট লিগ্যাল চাৰ্ভিচ অথ’ৰিটিৰ চেয়াৰমেন ডিমা হাচাও জিলা সত্ৰ ন্যায়ালয়ৰ মুখ্য সত্ৰ ন্যায়াধীশ বংকিম শৰ্মা, সত্ৰ ন্যায়াধীশ অভিজিৎ ভট্টাচাৰ্য, জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, আৰক্ষী অধীক্ষক শ্ৰীজিত টি, অতিৰিক্ত উপায়ুক্ত হেমাংগ নবিছ, আইনজীৱী অজয় চক্ৰবৰ্ত্তী, জিলা জনসংযোগ বিষয়া পূৰবি ফং’লৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি।

শিশু শ্ৰম প্ৰতিৰোধ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰতি গৰাকী ব্যক্তিয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। ন্যায়াধীশ বংকিম শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়, ‘আমি সকলোৱে মিলি এই সামাজিক ব্যাধি ৰোধ কৰিব লাগিব। এটা কথাত এখন শিশু শ্ৰমিকহীন সমাজ গঢ় দিয়াত আগুৱাই অহাটো আমাৰ সকলোৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য’।

ইফালে জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই কয় যে চৰকাৰে ইতিমধ্যে শিশু শ্ৰম লৈ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ উপৰি আইন প্ৰনয়ন কৰিছে। তেওঁ লগতে কয়, ‘অহা দিনত আমি জিলাৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ কৰ্মশালাৰ আয়োজন কৰি অধিক সজাগতা গঢ়ি তোলাৰ প্ৰয়াস কৰিব লাগিব।

আনহাতে আৰক্ষী বিভাগেও শিশু শ্ৰমিক বিৰোধী আইন লৈ অধিক সজাগ হৈ থকাৰ কথা কৰ্মশালাত ব্যক্ত কৰে।

Recent News

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

আলফা স্বাধীনৰ শিবিৰত মৃত্যুবৰণ কৰা বিজু গগৈ ওৰফে ভাগ্য অসমৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বটদ্ৰৱা কাণ্ড: থানাত অগ্নিসংযোগত জৰিত কিশোৰীসহ ১২ মহিলাক আটক

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

বঙাইগাঁৱৰ ধলাগাঁৱত ধুমুহাত চাৰিচকীয়া বাহনৰ ওপৰত ভাগি পৰিল গছ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd