• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক ৭,৬৪২ কোটি টকাৰ আৰ্থিক সাহায্য বিশ্ব বেংকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 4, 2020 4:51 pm

1 min read

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক ৭,৬৪২ কোটি টকাৰ আৰ্থিক সাহায্য বিশ্ব বেংকৰ
752
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে নৰ সংহাৰীৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছে ইতিমধ্যে ভাৰততো আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত আৰু মৃত্যু হোৱাৰ লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে ভাৰতত।

এনে এক সন্ধিক্ষণতে বিশ্ব বেংকে ভাৰতক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যঁজিবলৈ আৰ্থিক সাহায্য আগবঢ়াইছে ১ বিলিয়ন মাৰ্কিন ড’লাৰ। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ হ’ব প্ৰায় ৭,৬৪২ কোটি টকা।

১৩০ কোটি জনসংখ্যাৰ বিকশিত ৰাষ্ট্ৰ ভাৰতেই হৈছে দক্ষিণ পূৱ এছিয়াৰ ভিতৰত বিশ্ব বেংকৰ পৰা সৰ্বাধিক পৰিমাণৰ আৰ্থিক সাহায্য লাভ কৰা দেশ।

আনহাতে দক্ষিণ পূৱ এছিয়াৰ ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ ক্ৰমে পাকিস্তান ২০০, শ্ৰীলংকাই ১২৮.৬, আৰু আফগানিস্তানলৈ ১০০.৪ মিলিয়ন মাৰ্কিন ড’লাৰকৈ সাহায্য আগবঢ়াইছে বিশ্ব বেংকে।

ভাৰতে আজি ২১ ল’কডাউনৰ নৱম দিনত ভিৰ দিছে। ইতিমধ্যে ভাৰতত ২,৫৪৩ জন লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৭২ জন আক্ৰান্তৰ মৃত্যু ঘটিছে।

Tags: COVID19

Recent News

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

New-Project-20

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd