• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, February 20, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰ পাঠশালাত বিশ্ব কৰ্কট দিৱস পালন

Sasanka Talukdar শশাংক তালুকদাৰ
বজালী , February 4, 2019 9:42 pm

1 min read

world cancer day

ফটো : নৰ্থ-ইষ্ট নাও

594
VIEWS
Share on FacebookShare on Twitter

আজি সমগ্ৰ বিশ্বৰ লগতে অসমতো পালন কৰা হয় বিশ্ব কৰ্কট দিৱস । ইণ্ডিয়ান ডেণ্টেল ক্লিনিক এছ’চিয়েশ্যনৰ অসম ৰাজ্যিক শাখাই আজি পাঠশালাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে এই দিৱস।

কৰ্কট ৰোগৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে এই ৰোগ চিনাক্তকৰণক লৈ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজন কৰা আজিৰ দিৱসত অংশ লৈ ডাঃ ৰূপম চৌধুৰীয়ে মুখৰ কৰ্কট ৰোগৰ ভয়াবহতা তথা ইয়াৰ প্ৰতিৰোধ সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়।

ইফালে প্ৰসিদ্ধ চিকিৎসক ধনজিৎ দাসে উপস্থিত লোকসকলৰ সৈতে স্তন কেন্সাৰৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। এই কাৰ্যসূচীতে সৰজু দাস নামৰ এগৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়।

বিশ্ব কৰ্কট দিৱসৰ এই কাৰ্যসূচীত ধলা-শদিয়া দলঙলৈ চাইকেলেৰে যাত্ৰা কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা কৌশিক পাটগিৰি, পাঠশালা চাইক্লিং ক্লাবৰ হৈ নিতুল তহবিলদাৰৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বহু লোকে অংশগ্ৰহণ কৰে।

Recent News

শিৱসাগৰৰ বিভিন্ন স্থানত আলি আয়ে লৃগাং পালন

শিৱসাগৰৰ বিভিন্ন স্থানত আলি আয়ে লৃগাং পালন

NORTHEASTUNITEDFCjpg

অন্তিম চাৰিত প্ৰৱেশৰ লক্ষ্যৰে আজি সৰুসজাইত পুনেৰ বিৰুদ্ধে যুঁজিব নৰ্থ-ইষ্ট য়ুনাইটেড

ডকমকাত ভয়ংকৰ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

ডকমকাত ভয়ংকৰ দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

গোলাঘাটত অসমীয়া চাহ সমাৰোহৰ আয়োজন

গোলাঘাটত অসমীয়া চাহ সমাৰোহৰ আয়োজন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd