• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেতিয়া পাব ভাৰত-পাকিস্তানৰ ২২ গজৰ ৰণৰ টিকট! আই চি চিয়ে দিলে সূচী, চাওক সকলো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 15, 2023 8:24 pm
ICC World Cup 2023 India vs Pakistan
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৫ অক্টোবৰত আহমেদাবাদত বাজিব ৰণদুন্দুভি। বিশ্বকাপ দখলৰ লক্ষ্যৰে ১০ দেশৰ বেট-বলৰ যুঁজ। আগন্তুক এই এদিনীয়া বিশ্বকাপৰ বাবে শীঘ্ৰেই টিকট বিক্ৰী আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰিছে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল, চমুকৈ আই চি চিয়ে।

অৱশ্যে সকলো মেচৰ টিকট অনুৰাগীৰ বাবে একেলগে উপলব্ধ নহ’ব। আই চি চিয়ে পৰ্যায়ক্ৰমে বিশ্বকাপ মেচৰ টিকটসমূহ বিক্ৰী কৰিব। ইতিমধ্যে টিকটৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছে যদিও অহা ২৫ আগষ্টৰ পূৰ্বে টিকট উপলব্ধ নহ’ব।

Apply Now

ইফালে ২৫ আগষ্টত ভাৰতীয় দলে অংশগ্ৰহণ নকৰা ৱাৰ্ম আপ মেচ আৰু মূল বিশ্বকাপৰ মেচৰ টিকটহে উপলব্ধ হ’ব। ৩০ আগষ্টৰ পৰা গুৱাহাটী আৰু তিৰুৱনন্তপুৰমত অনুষ্ঠিত ভাৰতীয় মেচৰ টিকট উপলব্ধ হ’ব।

আনহাতে চেন্নাই, দিল্লী আৰু পুনেত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় মেচৰ বাবে ৩১ আগষ্টৰ পৰা আৰু ১ ছেপ্টেম্বৰৰ পৰা ধৰ্মশালা, লক্ষ্ণৌ আৰু মুম্বাইত ভাৰতৰ খেলৰ টিকট বিক্ৰী আৰম্ভ হ’ব।

সেইদৰে বেংগালুৰু আৰু কলকাতাত অনুষ্ঠিত হ’বলগীয়া ভাৰতৰ মেচৰ বাবে ২ ছেপ্টেম্বৰৰ পৰা টিকট উপলব্ধ হ’ব। আনহাতে ৩ ছেপ্টেম্বৰত ভাৰতৰ আহমেদাবাদ মেচৰ বাবে আৰু ১৫ ছেপ্টেম্বৰত ছেমিফাইনেল/ফাইনেলৰ টিকট উপলব্ধ হ’ব।

উল্লেখ্য যে, বিশ্বকাপৰ আটাইতকৈ চৰ্চিতভাৰত-পাকিস্তানৰ মেচ ১৪ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত হ’ব। আই চি চিৰ টিকট বিক্ৰীৰ ঘোষিত সূচী অনুসৰি ৩ ছেপ্টেম্বৰত ক্ৰিকেটপ্ৰেমীসকলে এই মেচৰ টিকট লাভ কৰিব।

আই চি চিয়ে উল্লেখ কৰা মতে, টিকট বিক্ৰীৰ পূৰ্বে ১৫ আগষ্টৰ পৰা অনুৰাগীসকলে https://www.cricketworldcup.com/register ৰ জৰিয়তে পঞ্জীয়ন কৰাৰ সুযোগ পাব। ইয়াৰ দ্বাৰা তেওঁলোকে প্ৰথমে টিকটৰ খবৰ লাভ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd