• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ বিভিন্ন স্থানত ‘বিশ্ব ধৰিত্ৰী দিৱস’ উদযাপন

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , April 23, 2019 6:14 pm

1 min read

শিৱসাগৰৰ বিভিন্ন স্থানত ‘বিশ্ব ধৰিত্ৰী দিৱস’ উদযাপন
474
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো আজি বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰা হয়। বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসন আৰু বন বিভাগে যৌথভাৱে শিৱসাগৰৰ ঐতিহাসিক পহুগড়ৰ চৌপাশে ১৪০ টা বিভিন্ন ফল-মূল আৰু অন্যান্য গছপুলি ৰোপন কৰে। উক্ত কাৰ্যসূচীত জিলা বন সংমণ্ডল বিষয়া জয়শ্ৰী নাইদিং, সামাজিক বনানীকৰণ বিভাগৰ সংমণ্ডল বিষয়া বিদ্যুৎ বৰঠাকুৰৰ লগতে আঞ্চলিক বন বিষয়া আৰু খণ্ড বন বিষয়া উপস্থিত থাকে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি সহকাৰী পৰ্যটন বিষয়া মাধৱ দাসে গছপুলি ৰোপনৰ এই কাযৰ্সূচী বিশ্ব পৰিৱেশ দিৱসলৈকে চলি থাকিব বুলি জানিবলৈ দিয়ে।

আনহাতে নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিক সমিতিৰ উদ্যোগতো আজি শিৱসাগৰ নগৰৰ ৩ নং টাউন বালিকা বিদ্যালয় আৰু ধাইআলি মধ্য ইংৰাজী বিদ্যালয়ত বিশ্ব ধৰিত্ৰী দিৱস পালন কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কুইজ, কবিতা আবৃত্তি, চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলক নেচাৰ্চ বেকনৰ বিষয়ববীয়াসকলে গছপুলি ৰোপনৰ অভ্যাস গঢ়ি তোলাৰ লগতে জন্ম দিনত প্ৰতিটো শিশুকে গছপুলি ৰোপন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত নেচাৰ্চ বেকনৰ মুখ্য সমন্বয়ৰক্ষী জেহিৰুদ্দিন খান, সমন্বয়ক ব্ৰজেন ফুকনকে ধৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd