• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১২ অক্টোবৰৰ পৰা পৰ্য্যটকৰ বাবে মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 10, 2019 5:25 pm

1 min read

Kaziranga National Park

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

11.4k
VIEWS
Share on FacebookShare on Twitter

বাৰিষা কালৰ বাবে বন্ধ হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ১২ অক্টোবৰ শনিবাৰৰ পৰা পুনৰ পৰ্য্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।

বন সংমণ্ডল বিষয়া(ডি এফ অ’)আৰ বি শইকীয়াই জাৰি কৰা এক বিবৃতিত ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰ ভাগৰ বহু ঠাই এতিয়াও পানীৰ বাবে সেমেকি থকা কাৰণে উদ্যানখনৰ কাজিৰঙা ৰেঞ্জ, কহৰা ৰেঞ্জ আৰু পশ্চিম ৰেঞ্জ, বাগৰি ৰেঞ্জহে পৰ্য্যটকৰ বাবে জীপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হ’ব।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি কাজিৰঙা আৰু কহৰা ৰেঞ্জত জীপ চাফাৰী বৈষামাৰীলৈ সীমাবদ্ধ ৰখাৰ বিপৰীতে বাগৰি ৰেঞ্জত দংগা নিৰীক্ষণ চকী আৰু বিমলী তিনি আলিলৈ সীমাবদ্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ পূব ৰেঞ্জ, আগৰাতলি, বুঢ়াপাহাৰ ৰেঞ্জ আৰু উদ্যানখনত হাতী চাফাৰী পৰৱৰ্তী সময়ত পৰ্য্যায়ক্ৰমে বতৰলৈ লক্ষ্য ৰাখি মুকলি কৰি দিয়া হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙিয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত।

প্ৰতিবছৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ বাবে দেশৰ-বিদেশৰ হাজাৰ হাজাৰ পৰ্য্যটক উদ্যানখনলৈ আহে।

Recent News

Tengakhat

ভোগালীৰ পূৰ্বৰ নিশাই টিংখাঙত জঘন্য কাণ্ড : ১৮ বছৰীয়া যুৱতীক ধৰ্ষণ কৰি খুৰীয়েকৰ সৈতে হত্যা

pfizer-coronavirus_vaccine-750x375-1

কৰ’নাৰ ভেকচিন লোৱাৰ পাছতে ২৩জন লোকৰ মৃত্যু! টীকাকৰণক লৈ আতংক নৰ’ৱেত

index

আত্মনির্ভৰ ভাৰত! : দেশত নিৰ্মিত অত্যাধুনিক মাৰণাস্ত্ৰ লাভ কৰিব দেশৰ সেনাবাহিনীয়ে

wp-video-call-main_013120124554-new-750x375

চাপত পৰি পিছ হুহুকিলে WhatsApp; প্ৰাইভেচি পলিচিক লৈ নতুন ঘোষণাত য়ুজাৰৰ সকাহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd