• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব জনসংখ্যা দিৱস ২০২৫: জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱ, জানি লওক এই বিশেষ দিনটোৰ তাৎপৰ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2025 10:58 am
15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। বিশ্বৰ জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু অনুমান কৰা হৈছে যে ২০২৫ চনৰ ভিতৰত জনসংখ্যা ৮.২৩ বিলিয়ন অতিক্ৰম কৰিব।

ৰাষ্ট্ৰসংঘই ১৯৮৯ চনত বিশ্ব জনসংখ্যা দিৱস প্ৰতিষ্ঠা কৰিছিল। বিশ্ব বেংকৰ জ্যেষ্ঠ জনসংখ্যাবিদ ড° কে.চি. জাকাৰিয়াই বিশ্ব জনসংখ্যা দিৱসৰ প্ৰস্তাৱ আগবঢ়ায়। বিশ্ব জনসংখ্যা দিৱস কিয় পালন কৰা হয় আৰু এইবাৰৰ বিষয়বস্তু কি জানি লও আহক।

Apply Now

২০২৫ চনৰ বিশ্ব জনসংখ্যা দিৱসৰ বিষয়বস্তু

২০২৫ চনৰ বিষয়বস্তু হৈছে যুৱক-যুৱতীসকলক এক ন্যায্য আৰু আশাব্যঞ্জক পৃথিৱীত নিজৰ পছন্দৰ পৰিয়াল সৃষ্টি কৰিবলৈ শক্তিশালী কৰা। যদিও বিশ্বৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে, তথাপিও পৰিয়ালবোৰৰ দ্ৰুতগতিত বিভাজন ঘটিছে। এনে পৰিস্থিতিত এইবাৰৰ থিম উদযাপন কৰাটো যুৱক-যুৱতীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ।

বিশ্ব জনসংখ্যা দিৱসৰ গুৰুত্ব

দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে যিকোনো দেশৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। বৰ্ধিত জনসংখ্যাৰ প্ৰত্যাহ্বান মোকাবিলা কৰিবলৈ দেশৰ চৰকাৰে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিব লগা হৈছে। বিশ্ব জনসংখ্যা দিৱসৰ গুৰুত্ব হৈছে জনসংখ্যা বৃদ্ধিয়ে সম্পদ আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱৰ বিষয়ে মানুহক অৱগত কৰা।

ভাৰতত প্ৰজনন স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা

বিশ্বৰ ভিতৰতে ভাৰতৰ জনসংখ্যা সৰ্বাধিক। ভাৰত এখন উন্নয়নশীল দেশ, যিখন উন্নত দেশ হ’বলৈ সময় লাগিব পাৰে। ভাৰতৰ জনসংখ্যা প্ৰায় ১.৪৬ বিলিয়ন। এনে পৰিস্থিতিত ভাৰতে বিশ্ব জনসংখ্যা দিৱসৰ গুৰুত্ব বুজিবলৈ অধিক প্ৰয়োজন। পৰিয়াল পৰিকল্পনাৰ বিষয়ে জ্ঞানৰ অভাৱৰ বাবে ভাৰতৰ নিৰক্ষৰ লোকসকলে বৃহৎ পৰিয়ালৰ দায়িত্ব আৰু দৰিদ্ৰতাৰ সন্মুখীন হ’বলগীয়া হয়। লগতে প্ৰজনন স্বাস্থ্যৰ বিষয়ে কম জ্ঞান মাতৃ আৰু সন্তানৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি।

প্ৰজনন স্বাস্থ্য আৰু পৰিয়াল পৰিকল্পনা সেৱাৰ বিষয়ে ৰাইজক অধিক তথ্য প্ৰদান কৰা আৰু ইয়াৰ ওপৰত মানুহৰ মনোযোগ কেন্দ্ৰীভূত কৰা এই দিৱসৰ গুৰুত্ব। এনে কৰিলে মানুহে পৰিয়াল পৰিকল্পনা কৰিব পাৰিব আৰু পৰিয়ালটোৰ সঠিক যত্ন ল’ব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd