• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্যপ্ৰাণী ভক্ষণ বন্ধ নকৰিলে ভবিষ্যতে কোভিড-১৯ত কৈ ভয়াবহ মহামাৰীৰ সন্মুখিন হ’ব বিশ্ব : ৰাষ্ট্ৰ সংঘৰ প্ৰতিবেদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 7, 2020 5:41 pm

1 min read

বন্যপ্ৰাণী ভক্ষণ বন্ধ নকৰিলে ভবিষ্যতে কোভিড-১৯ত কৈ ভয়াবহ মহামাৰীৰ সন্মুখিন হ’ব বিশ্ব : ৰাষ্ট্ৰ সংঘৰ প্ৰতিবেদন
20.1k
VIEWS
Share on FacebookShare on Twitter

মানুহে বন্যপ্ৰাণী ভক্ষণ বন্ধ নকৰিলে ভবিষ্যতে আৰু কোভিড-১৯ সদৃশ বা ইয়াতকৈ ভয়াবহ মহামাৰীৰ সন্মুখিন হ’বলাগিব বুলি ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

মানুহে বিভিন্ন বন্যপ্ৰাণী চিকাৰ কৰি ভক্ষণ কৰাৰ ফলত কোভিড-১৯ সদৃশ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সম্ভাৱনা বৃদ্ধি পাইছে বুলিও প্ৰতিবাদেনখনত উল্লেখ কৰা হৈছে।

আনহাতে, কোভিড-১৯ য়ে প্ৰথম নহয় ইয়াৰ পূৰ্বে ইবোলা, চাৰ্চ, জিকা ভাইৰাছ আৰু বাৰ্ড ফ্লু আদি ৰোগো পশু-পক্ষীৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হৈছিল।

চীনৰ য়ুহান প্ৰদেশৰ পৰা সমগ্ৰ বিশ্বলৈ বিয়পি পৰা ক’ৰ’না ভাইৰাছৰ প্ৰথমে য়ুহানৰ এখন মাংসৰ বজাৰৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হৈছিল বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছিল।

চীনত ক’ৰ’নাৰ ভয়াবহ সংক্ৰমণৰ পাছতে য়ুহান প্ৰদেশৰ বিখ্যাত মাংসৰ বজাৰখন বন্ধ কৰি দিয়া হৈছিল।

উক্ত মাংসৰ বজাৰখনত বাদুলী, গাহৰি, সাপ, বিভিন্ন প্ৰজাতিৰ এন্দুৰ, নিগনী, ভেকুলী আদিও বিক্ৰী কৰা হৈছিল যাৰ পৰা এনেধৰণৰ ভাইৰাছৰ মানুহৰ শৰীৰলৈ সংক্ৰমিত হৈছিল বুলি বিভিন্ন পক্ষয় প্ৰশ্নৰ অৱতাৰণা কৰিছিল।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd