DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১০ হাজাৰ বিচনাৰে বিশ্বৰ সৰ্ববৃহৎ কোভিড কেয়াৰ চেন্টাৰ মুকলি হ’ল দিল্লীত

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2020 6:56 pm
dc-Cover-qo4lkc94037
581
VIEWS
Share on FacebookShare on Twitter

 

ক’ৰ’ণা ভাইৰাছে সমগ্ৰ বিশ্বতে মহা সংহাৰৰ সৃষ্টি কৰিছে।

ভাৰতবৰ্ষতো ইয়াৰ ব্যতিক্ৰম ঘটা নাই।

দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণে কালান্তক ৰূপ ধাৰণ কৰাৰ সময়তে দিল্লীত দেওবাৰে মুকলি কৰা হয় বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ কোভিড কেয়াৰ চেন্টাৰ।

দিল্লীৰ চাটাৰপুৰৰ ৰাধাস্বামী সৎসংগ বীচত স্থাপন কৰা চৰ্দাৰ পেটেল কোভিড কেয়াৰ এণ্ড হস্পিতাল খন মুকলি কৰে দিল্লীৰ লে. গৰ্ভণৰ অনিল বাইজালে।

১০,০০০ খন বিচনা থকা এই হস্পিতাল খনৰ ১০ শতাংশ বিচনাৰ সৈতে সংযুক্ত হৈ আছে অক্সিজেনৰ সুবিধা।

প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানে সাজি উলিওৱা হস্পিতাল খন পৰিদৰ্শন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,

গৃহ মন্ত্ৰী অমিত শ্বাহে।

হস্পিতাল খন মুকলিৰ অনুষ্ঠানত উপস্তিত থাকে সুবিধা।প্ৰতিৰক্ষা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক জি সতীশ ৰেড্ডী।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা. হৰ্ষবৰ্দ্ধনে হস্পিতাল খনৰ  সা-সুবিধা সন্দৰ্ভত মন্তব্য কৰি কয় যে ১০ হাজাৰ বিচনা যুক্ত এই হস্পিতাল খনত দক্ষিণ দিল্লীৰ লগতে অন্যান্য স্থানৰ সাধাৰণ লক্ষণ থকা ৰোগী ৰখা হব।

ইয়াৰ পূৰ্বেও দিল্লীত আই টি বি পি এ ২০০০ বিচনাযুক্ত আন এখন হস্পিতাল  স্থাপন কৰিছিল।

Tags: COVID-19

Recent News

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ULFA-I commander killed in encounter

মাৰ্ঘেৰিটাত আলফা (স্বাধীন)-আৰক্ষীৰ সংঘৰ্ষ: আলফা কামাণ্ডাৰ উদয় অসম নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd