• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বৰ আটাইতকৈ বয়সস্থ পুৰুষ জাপানী বৃদ্ধই ক’লে দীৰ্ঘ জীৱনৰ ৰহস্য

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2020 8:06 pm
Oldest-Person World's oldest man 112-year-old Japanese reveals secret to a long life

জাপানী বৃদ্ধগৰাকী। ছবি সৌজন্য-- গীনীজ ৱৰ্ল্ড ৰেকৰ্ডছ।

549
VIEWS
Share on FacebookShare on Twitter

১১৩ বছৰ সম্পূৰ্ণ কৰিবলৈ আগবঢ়া, বিশ্বৰ বৰ্তমানৰ আটাইতকৈ বয়সস্থ পুৰুষ জাপানী বৃদ্ধ চিটেতচু ৱাতানাবিয়ে ব্যক্ত কৰিছে তেওঁৰ দীৰ্ঘজীৱনৰ আঁৰৰ ৰহস্য।

নিজৰ দীৰ্ঘজীৱনৰ আঁৰৰ ৰহস্য জানিব খোজাত ১১৩ বছৰীয়া ব্যক্তিজনে উপদেশ দিয়ে: “খং নকৰিব আৰু হাঁহি থাকিব।”

১১২ বছৰ আৰু ৩৪৪ দিনত ভৰি দিয়া বৃদ্ধজনক গীনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে বুধবাৰে এক প্ৰমাণ পত্ৰ প্ৰদান কৰে।

ৱাতানাবিৰ জন্ম হৈছিল ১৯০৭ চনত উত্তৰ জাপানৰ নিগাতাত।

বৃদ্ধজনে এতিয়াও মিঠা খাই ভাল পায়। কৃষি বিষয়ত স্নাতক ডিগ্ৰী লোৱাৰ পিছত তেওঁ ১৮ বছৰ ধৰি জাপানৰ এক প্ৰতিষ্ঠানৰ হৈ টাইৱানৰ কুঁহিয়াৰ খেতিত কাম কৰিছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত তেওঁ পুনৰ জন্মস্থান নিগাতালৈ ঘূৰি আহিছিল।

ৱাতানাবিৰ পূৰ্বেও বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি এগৰাকী জাপানীয়েই আছিল।

১১৭ বছৰ গৰকা মাছাজ’ ন’নাকা নামৰ উক্ত মহিলাগৰাকীৰ যোৱা মাহত মৃত্যু হৈছে।

Recent News

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

ইউনিচেফ-য়ুৱাহৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় যুৱ জলবায়ু সংঘৰ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ অসমৰ অংকিতা শৰ্মা বৰদলৈৰ

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অসম, অৰুণাচল, নাগালেণ্ড আৰু মিজোৰামৰ বন ধ্বংসৰ বাবে উচ্চস্তৰীয় কমিটী গঠনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

অৰ্ধ উলংগ হৈ নাবালক ছাত্ৰলৈ ভিডিঅ’ কল শিক্ষয়িত্ৰীৰ! অভিভাৱকৰ অভিযোগত গ্ৰেপ্তাৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd