• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১১৮ বছৰত বিশ্বৰ আটাইতকৈ বয়স্ক মহিলাৰ মৃত্যু

১১৮ টা বছৰ পৃথিৱীৰ অতবোৰ অভিজ্ঞতা লাভ কৰি, বিভিন্ন ঘটনা পৰিঘটনা, সমাজৰ বিৱৰ্তন আদিৰ চাক্ষুক সাক্ষী হৈ অৱশেষত ২০২৩ চনৰ ১৭ জানুৱাৰীত চেণ্ট-কেথেৰিন-লেব’ৰে নাৰ্চিং হোমত চকু মুদিলে লুচীল ৰেণ্ডনে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2023 10:27 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা মঙলবাৰে শুই পৰিল ১১৮ বছৰীয়া ইতিহাসৰ চাক্ষুক সাক্ষী লুচীল ৰেণ্ডন। ১৯০৪ চনৰ ১১ ফ্ৰেব্ৰুৱাৰীত জন্ম হৈছিল লুচীল ৰেণ্ডনৰ।

যোৱা বছৰ ১১৯ বছৰ বয়সত জাপানৰ কেন তানাকাৰ মৃত্যুৰ পিছত ৰেণ্ডন বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে পৰিগণিত হয়। জেৰ’ণ্ট’লজী ৰিচাৰ্চ গ্ৰুপৰ (জি আৰ বি) ৱৰ্ল্ড ছুপাৰচেণ্টেনৰিয়ান ৰেংকিঙৰ মতে তেওঁ আছিল বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি।

Apply Now

২০২২ চনৰ এপ্ৰিল মাহত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে তেওঁক বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে।

নিউয়ৰ্কে প্ৰথমখন ছাবমেট্ৰ’ মুকলি কৰা বছৰতে ৰেণ্ডনৰ জন্ম হৈছিল। প্ৰথম বিশ্বযুদ্ধলৈ তেতিয়াও বাকী আছিল এটা দশক। তেওঁৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল দক্ষিণ ফ্ৰান্সৰ আলছাচ চহৰৰ এটা প্ৰটেষ্টেণ্ট পৰিয়ালত।

২৬ বছৰ বয়সত তেওঁ কেথলিক হিচাপে জীৱনৰ পথ বাচি লয় কৰা হয়। তাৰ পিছত ৰেণ্ডনে চিষ্টাৰ আন্দ্ৰে নাম গ্ৰহণ কৰে।

৪১ বছৰ বয়সত তেওঁক ফ্ৰান্সৰ এখন চিকিৎসালয়ত নিযুক্তি লাভ কৰে আৰু তেওঁ তাতেই ৩১ বছৰ কাম কৰে।

২০২১ চনত কোভিডত আক্ৰান্ত হোৱাৰ পৰাই স্বাস্থ্য হতিছিল লুচীল ৰেণ্ডনৰ।

কিছুদিন আগতে তেওঁ সাংবাদিকৰ আগত কৈছিল, “ কৰ্ম আৰু মানুহক সহায় কৰাৰ মনোভাৱে মোক জীয়াই থকাত সহায় কৰিছে। মানুহে কয় যে কৰ্মই মানুহৰ আয়ুস চুটি কৰে। কিন্তু কৰ্মই মোক জীয়াই ৰাখিলে। মই ১০৮ বছৰ বয়সলৈকে কাম কৰিলোঁ। বিভিন্ন সময়ত ৰেণ্ডনে বিশ্বযুদ্ধৰ সেই ভয়াৱহ দিনবোৰৰ কথা কৈছিল।

জীৱনৰ শেষৰ সময়ছোৱাত তেওঁ অন্ধ হৈ পৰিছিল। তথাপিও জীৱনমুখী মনোবল আৰু এক ইতিবাচক জীৱন যাপন কৰিছিল বিশ্বৰ আটাইতকৈ বয়স্ক মহিলাগৰাকীয়ে।

এনেদৰেই ১১৮ টা বছৰ পৃথিৱীৰ অতবোৰ অভিজ্ঞতা লাভ কৰি, বিভিন্ন ঘটনা পৰিঘটনা, সমাজৰ বিৱৰ্তন আদিৰ চাক্ষুক সাক্ষী হৈ অৱশেষত ২০২৩ চনৰ ১৭ জানুৱাৰীত চেণ্ট-কেথেৰিন-লেব’ৰে নাৰ্চিং হোমত চকু মুদিলে লুচীল ৰেণ্ডনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd