DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মল্লযুদ্ধ,জেভলীন থ্ৰ’: অলিম্পিকত উজলিল তিনি ক্ৰীড়া তাৰকা

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 4, 2021 2:04 pm
assaaaa
301
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ত অনুষ্ঠিত অলিম্পিকত আজি উজলি উঠে তিনি ভাৰতীয় ক্ৰীড়া প্ৰতিভা।মল্ল যুদ্ধত আজি ভাৰতীয় মল্লযোদ্ধা ৰবী কুমাৰ দাহিয়াই প্ৰৱেশ কৰে কোৱাৰ্টাৰ ফাইনেলত।

খেলুৱৈগৰাকীয়ে ৫৭ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত ৰবী কুমাৰ প্ৰৱেশ কৰে কোৱাৰ্টাৰ ফাইনেলত।

মল্লযোদ্ধা ৰবীয়ে পৰাস্ত কৰে কলম্বিয়াৰ খেলুৱৈক।

একেদৰে আন এগৰাকী মল্লযোদ্ধা দীপক পুনিয়াই অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত আজি পুৰুষৰ ৮৬ কেজি ফ্ৰী ষ্টাইলতকোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।তেওঁ প্ৰি-কোৱাৰ্টাৰাত নাইজেৰিয়াৰ ডি এম টেইলৰক পৰাস্ত কৰে।

ভাৰতীয় এথলিট নীৰজ চোপ্ৰাই পুৰুষৰ জেভলীন থ্ৰ’ত ফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ ৮৬. ৬৫ মিটাৰ থ্ৰ’ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পূৰ্বে তেওঁ পাটিয়ালাত অনুষ্ঠিত হোৱা ইণ্ডিয়ান গ্ৰা পি-৩ ত ৮৮.০৭ মিটাৰ দলিয়াই ৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল। ৰিঅ’ অলিম্পিকতো তেওঁ ৮৫.৩৮ মিটাৰ দলিয়াই ব্ৰঞ্জৰ পদক অধিকাৰ কৰিছিল।

নিৰোজ চোপ্ৰাকলৈ সেয়ে ভাৰতে বহু আশা কৰিছে।

Recent News

World’s costliest number plate: আচৰিত চখ! পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল নম্বৰ প্লেট; ব্যয় ১৩২ কোটি টকা

World’s costliest number plate: আচৰিত চখ! পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল নম্বৰ প্লেট; ব্যয় ১৩২ কোটি টকা

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Accident: কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা; ৪ জন নিহত

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Sri lanka economic crisis: ভয়াৱহ সংকট! শ্ৰীলংকাত ২সপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে ইন্ধন তেলৰ বিক্ৰী

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Maharashtra Political Crisis: আদিত্য ঠাকৰেৰ চাঞ্চল্যকৰ দাবী! অপহৃত ১৫-২০ জন বিধায়ক; ঘূৰি আহিব বিচাৰে মুম্বাইলৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd