DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না বিয়পোৱাৰ পুৰষ্কাৰ! সৰ্বোচ্চ সন্মানৰ বাবে মনোনীত য়ুহানৰ গৱেষণাগাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 24, 2021 4:54 pm
wahan lab
392
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বকে কৰ’নাৰ আতংকই সন্ত্ৰস্ত কৰি ৰাখিছে। অতিমাৰীৰ ফলত বিশ্বৰ উন্নত দেশসমূহেও আনকি মুখ উলিয়াব নোৱাৰা অৱস্থা।

চীনৰ ‘য়ুহান ইনষ্টিটিউট অফ ভাইৰ’লজি’ৰ পৰাই এই ভাইৰাছ বিয়পাৰ অভিযোগ উঠিছে। এনে পৰিস্থিতিৰ মাজতে চীনে বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে উক্ত বিতৰ্কিত প্ৰতিষ্ঠানটোক সৰ্বোচ্চ সন্মানৰ বাবে মনোনীয় কৰিছে।

বাতৰি অনুসৰি, ২০২১চনত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত অতুলনীয় অৱদানৰ বাবে য়ুহান ইনষ্টিটিউট অফ ভাইৰ’লজিক ‘চাইনীজ একাডেমা অফ ছায়েন্স’ সন্মানৰ বাবে মনোনীত কৰিছে।

আনহাতে, প্ৰতিষ্ঠানটোৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে যে কোভিড-১৯ প্ৰতিৰোধৰ ক্ষেত্ৰত বিস্তৃত তথা সুশৃংখলিত গৱেষণাৰ বাবে এই স্বীকৃতি দিয়া হৈছে।

তদুপৰি, প্ৰতিষ্ঠানটোৰ লগতে ইয়াৰ সঞ্চালক শ্বি ঝেংলি-কো বিশেষ সন্মানেৰে সন্মানিত কৰা হৈছে।

উল্লেখ্য যে আমেৰিকাকে ধৰি বহুকেইখন দেশ তথা বিজ্ঞানীয়ে এই গৱেষণাগাৰৰ পৰাই কৰ’না ভাইৰাছ বিয়পি পৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। কৰ’নাক আনকি এক জৈৱ মাৰণাস্ত্ৰ বুলিও অভিযোগ কৰা হৈছে।

চীনে অৱশ্যে এনে অভিযোগসমূহ অস্বীকাৰ কৰি আহিছে। পিচে, কৰ’নাৰ উৎস যে চীন সেই কথাক লৈ প্ৰায় নিশ্চিত আমেৰিকা।

Recent News

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd