• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনৰ বিজ্ঞানীৰ হাতত কামুৰিছিল বাদুলীয়ে; প্ৰতিবেদনক লৈ চাঞ্চল্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 18, 2021 12:34 pm

1 min read

WhatsApp Image 2021-01-18 at 11.15.31 AM

ফটো: সংগৃহিত।

452
VIEWS
Share on FacebookShare on Twitter

চীনৰ উহানৰ পৰাই গোটেই বিশ্বতে কৰ’না ভাইৰাছ বিয়পি পৰা বুলি বহুতেই দাবী কৰি আহিছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ প্ৰতিবেদন।

জানিব পৰা মতে, উহানৰ এটা গুহাত নমুনা সংগ্ৰহৰ সময়ত বিজ্ঞানীসকলক কামুৰি দিছিল কেইটামান বাদুলীয়ে।

গুহাটো কৰ’না ভাইৰাছ সংক্ৰমিত বাদুলীবোৰৰ বাসস্থান আছিল বুলি কোৱা হৈছে।

এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এগৰাকী গৱেষকে জানিবলৈ দিয়া মতে ২০১৭ চনত তেওঁ যেতিয়া সেই গুহাটোত নমুনা সংগ্ৰহৰ কৰিবলৈ গৈছিল তেতিয়া তেওঁৰ ৰবৰৰ গ্ল’ভছ ফুটাই বাদুলীবোৰে কামুৰি বেজীৰ দৰে ফুটা কৰি দিছিল।

আনহাতে, সেই সময়তে উহানৰ লেবেৰটৰীৰ কৰ্মীসকলে গ্ল’ভছ, মাস্ক অবিহনেই বাদুলী হাতেৰে ধৰা দেখা গৈছিল।

চীনৰ এটা টিভি ফুটেজৰ ভিডিঅ’ত দুজন ব্যক্তিয়ে গ্ল’ভছ অবিহনেই বাদুলী ধৰা দেখা গৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ম অনুসৰি প্ৰকৃততে সেয়া অনুমোদিত নহয়।

ইপিনে, চীনৰ আইচক্ৰীমতো এতিয়া কৰ’না পজিটিভ পোৱা গৈছে। উত্তৰ চীনৰ আইচক্ৰীমসমূহত প্ৰচুৰ পৰিমানে কৰ’না ভাইৰাছ পোৱাৰ খৱৰ সদৰী হৈছে।

চীনৰ বিজ্ঞানীক বাদুলীয়ে কামোৰাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে কৰ’না ভাইৰাছৰ উৎস সম্পৰ্কে নতুন তথ্যৰ সন্ধান পোৱাৰ আশা কৰা হৈছে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd