• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মৰত অৱস্থাত নিহত বনকৰ্মীলৈ বিশ্ব প্ৰকৃতি নিধিৰ আৰ্থিক অনুদান

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , October 11, 2019 5:32 pm

1 min read

IMG_20191011_110544

কাজিৰঙাত কৰ্মৰত অৱস্থাত নিহত বনকৰ্মীৰ পৰিয়ালক বিশ্ব প্ৰকৃতি নিধিয়ে প্ৰদান কৰে আৰ্থিক অনুদান। ফটো: নৰ্থইষ্ট নাও

331
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত কৰ্মৰত অৱস্থাতে মৃত্যু বৰণ কৰা অতুল গগৈ নামৰ বনকৰ্মী জনৰ পৰিয়ালক আজি বিশ্ব প্ৰকৃতি নিধিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত ৩ লাখ টকাৰ এককালীন অনুদান প্ৰদান কৰে ৷

কাজিৰঙা বচাগাওঁৰ বাসিন্দা অতুল গগৈ অগৰাতলি ৰেঞ্জত ২০১৮ বৰ্ষৰ জুন মাহৰ ২৬ তাৰিখে কৰ্মৰত অৱস্থাত শাৰীৰিক অসুস্থতাত মৃত্যু বৰণ কৰিছিল।

কাজিৰঙাৰ ডি এফ অ’ৰ কাৰ্যালয়ত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে ৩ লাখ টকাৰ চেক অতুল গগৈৰ পৰিবাৰৰ হাতত প্ৰদান কৰে ৷

অনুষ্ঠানত সঞ্চালক গৰাকীৰ উপৰিও ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক ড৹ প্ৰনৱজ্যোতি বৰা , গোলাঘাট জিলাৰ অবৈতনিক ৱাৰ্ডেন উত্তম শইকীয়া,ত্ৰিদিপ শৰ্মা, অগৰাতলি বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা আৰু বোকাখাতৰ বনাঞ্চলিক বিষয়া দিপাঙ্কৰ দেৱ উপস্থিত থাকে ৷

উল্লেখ্য যে বিশ্ব প্ৰকৃতি নিধিয়ে আই চি আই চি আই বেঙ্কৰ সহযোগত ভাৰতৰ বিভিন্ন বনাঞ্চলত কৰ্মৰত অৱস্থাত মৃত্যু বৰণ কৰা বনকৰ্মীৰ পৰিয়াললৈ এনে সাহায্য আগবঢ়াই আহিছে ৷

২০১৬ চনৰ পৰা আৰম্ভ কৰা এই আঁচনিৰে এতিয়ালৈকে মুঠ ১১ গৰাকী নিহত বন কৰ্মীৰ পৰিয়াললৈ এই এককালীন অনুদান আগবঢ়াইছে ৷ ইয়াৰে ৭ জনেই কাজিৰঙাৰ বনকৰ্মী বুলি সংগঠনটোৱে জানিবলৈ দিয়ে

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd