• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

Yamaha-ই দেশত মুকলি কৰিলে নতুন মেক্সি স্কুটাৰ আৰু বাইক! দাম ১.৪৩ লাখৰ পৰা আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2023 10:10 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত মুকলি কৰা হৈছে নতুন ইয়ামাহা এৰক্স স্কুটাৰ। এলানি আপডেটৰ সৈতে মুকলি কৰা হৈছে  স্কুটাৰখন। ইয়ামাহাই বিএছ৬ ফেজ ২ৰ নিয়ম অনুসৰি স্কুটাৰখনৰ ইঞ্জিন উন্নীত কৰিছে। ইয়াৰ উপৰি কোম্পানীটোৱে কয় যে স্কুটিখন ই-২০ ইন্ধন অৰ্থাৎ ৮০ শতাংশ পেট্ৰ’ল আৰু ২০ শতাংশ ইথানলৰ দ্বাৰা চলাব পাৰিব।

এই স্কুটাৰৰ লগতে ইয়ামাহাই বজাৰত মুকলি কৰিছে R15 V4 আৰু MT15 মটৰ চাইকেল। মটৰবাইক দুখনে কেইবাটাও নতুন চমক সংযোজন কৰিছে।

Apply Now

 

ইয়ামাহা এৰক্স মেক্সি স্কুটাৰৰ নতুন বৈশিষ্ট্য: এতিয়াৰ পৰা এই স্কুটাৰত ট্ৰেকচন কন্ট্ৰ’ল উপলব্ধ হ’ব। ইয়াৰ ফলত পথত স্কুটিৰ ওপৰত আৰোহীৰ নিয়ন্ত্ৰণ বৃদ্ধি পাব।

এই স্কুটাৰত ভেৰিয়েবল ভালভ আৰু চিভিটি ট্ৰেন্সমিছনৰ সৈতে ১৫৫ চিচি ব্লু কোৰ ইঞ্জিন আছে। এই ইঞ্জিনে সৰ্বোচ্চ ১৫ পিএছ শক্তি আৰু ১৩.৯ এনএম টৰ্ক উৎপন্ন কৰিব পাৰে।

নতুন স্কুটাৰখনত মেটালিক ক’লা আৰু সোণালী ৰঙৰ সৈতে আছে গ’ল্ডেন এলয় চকাৰ। এই স্কুটাৰখনৰ সকলো লেম্প এল ই ডি প্ৰযুক্তিৰ যেনে এল ই ডি হেডলাইট, এল ই ডি টেইললাইট, এল ই ডি পজিচনিং লেম্প আনকি টাৰ্ণ ইনডিকেটৰো। ইয়াৰ উপৰিও ইয়াত মোবাইল চাৰ্জিঙৰ বাবে পাৱাৰ চকেট, মাল্টি ফাংচন কী আৰু ২৪.৫ লিটাৰ বুট স্পেচ পাব।

ব্ৰেকিঙৰ বাবে ইয়ামাহাই এই স্কুটাৰত এণ্টি-লক ব্ৰেকিং চিষ্টেম আৰু ডিস্ক ব্ৰেকও আগবঢ়াইছে। ২০২৩ চনৰ ইয়ামাহা ইৰক্স স্কুটাৰখনৰ মূল্য এক্স-শ্ব’ৰুম ১.৪৩ লাখ টকা। স্কুটাৰৰ উপৰিও ইয়ামাহাই দুখন জনপ্ৰিয় বাইকৰ আপডেট সংস্কৰণো মুকলি কৰিছে।

নতুন ইয়ামাহা মটৰবাইক R15 V4 আৰু MT15 ত কি আছে? নতুন ইয়ামাহা R15 ত আছে কুইক শ্বিফ্টাৰ আৰু নতুন এলচিডি ডিছপ্লে। ইয়ামাহাই ঘোষণা কৰিছে যে এই বাইকখন OBD ফেজ ২ আপডেট কৰা হৈছে। এতিয়া বগা ৰঙতো উপলব্ধ হ’ব ইয়ামাহা R15। বাইকখনৰ মূল্য ১.৮৬ লাখ টকা (এক্স শ্ব’ৰুম)।

আনহাতে, ইয়ামাহা MT15 দুটা নতুন ৰঙত সংযোজন কৰা হৈছে- ডাৰ্ক মেট ব্লু আৰু মেটালিক ব্লেক। এই বাইকখনৰ মূল্য ১.৬৫ – ১.৬৯ লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

আদিবাসী আৱাসিক বিদ্যালয়ত ভয়ংকৰ কাণ্ড! ২২ ছাত্ৰীৰ শ্লীলতা হানিৰ অভিযোগ, ৰান্ধনী কৰ্মচাৰী গ্ৰেপ্তাৰ

August 30, 2026 4:30 pm
চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd