• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটা বিজ্ঞাপনকলৈ এতিয়া শলঠেকত পৰিছে যোগীৰ চৰকাৰ,কি সেই বিজ্ঞাপন?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2021 6:53 pm
yogi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা আজৱ কাণ্ডত সোমাই পৰিছে যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰপ্ৰদেশৰ চৰকাৰ। ইয়াকে লৈ আজি সামাজিক মাধ্যমত ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে।

উত্তৰপ্ৰদেশ চৰকাৰৰ এটা বিজ্ঞাপনত দেখিবলৈ পোৱা গৈছে এখন ফ্লাইঅভাৰৰ ফটো। ফটোখনৰ ওপৰত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হাস্যমুখেৰে অভিবাদন জনাই থিয় হৈ আছে। বিজ্ঞাপনটোত লিখা হৈছে যে আদিত্যনাথৰ নেতৃত্বত উত্তৰপ্ৰদেশৰ আমূল পৰিৱৰ্তন হৈছে! দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতত প্ৰকাশ পাইছে বিজ্ঞাপনটো।

Apply Now

তাৰপাছতে টুইটাৰত বিজ্ঞাপনটো বিয়পি পৰে। টুইটাৰ ব্যৱহাৰকাৰীসকলে আঙুলিয়াই দেখুৱাই যে উত্তৰপ্ৰদেশৰ উন্নয়নৰ চিহ্ন হিচাপে প্ৰদৰ্শন কৰা ফ্লাইঅভাৰৰ ফটোখন উত্তৰপ্ৰদেশৰ নহয়! বৰঞ্চ  ফ্লাই অভাৰখন আছে বিজেপি বিৰোধী ৰাজ্য পশ্চিমবংগৰ কলকাতাত!

কলকাতাৰ এই ফ্লাইঅভাৰখনক ‘মা ফ্লাইঅভাৰ’ নামেৰে জনা যায়। আনকি কলকাতাৰ বিখ্যাত হালধীয়া টেক্সিও ফ্লাইঅভাৰখনত স্পষ্টভাৱে দেখা পোৱা গৈছে।

বিজ্ঞাপনটোক লৈ সৰৱ হৈ উঠে বংগৰ শাসনত অধিষ্ঠিত তৃণমূল কংগ্ৰেছো। তৃণমূলৰ বহুকেইজন নেতাই টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে উত্তৰপ্ৰদেশ চৰকাৰে ছৱিখন চুৰি কৰা বুলি অভিযোগ কৰিছে।

জানিব পৰা মতে, কলকাতাৰ এই ফ্লাইঅভাৰখন ২০১৫ চনৰ ৯ অক্টোবৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উদ্বোধন কৰিছিল। তদুপৰি ফ্লাইঅভাৰখনৰ নামাংকিতও মমতায়েই কৰিছিল।

তাৰপাছতে দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ কাকতখনে এটা টুইট কৰে। টুইটটোত কাকতখনৰ তৰফৰ পৰা জনায় যে বিজ্ঞাপনটো কাকতখনৰ বাণিজ্যিক বিভাগে তৈয়াৰ কৰিছিল। বিজ্ঞাপনটোত হোৱা ভুলৰ বাবে ক্ষমা প্ৰাৰ্থনাও কৰে কাকতখনে।

উল্লেখযোগ্য যে এটা বিজ্ঞাপনক লৈ এনেধৰণে এখন কাকতে ক্ষমাপ্ৰাৰ্থনা কৰাটো বিৰল, কাৰণ বিজ্ঞাপনসমূহ নিৰ্মাণ কৰিবলৈ সংশ্লিষ্ট বিজ্ঞাপনদাতাই নিজাকৈ ব্যৱস্থা গ্ৰহণ কৰে।

আনকি কাকতখনেও ইয়াৰ পূৰ্বে স্পষ্টভাৱে জনাইছিল যে প্ৰকাশিত বিজ্ঞাপনসমূহৰ বিষয়বস্তসমূহৰ ক্ষেত্ৰত কাকতখন দায়ী নহয়। তেনে পৰিস্থিতিত এই ফ্লাইঅভাৰ কাণ্ডটো কেনেধৰণে ঘটিবলৈ পালে সেই লৈও চৰ্চা হোৱা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

July 31, 2026 6:10 pm
কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

July 31, 2026 5:30 pm
৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

৫২ বছৰৰ অপেক্ষাৰ অন্ত, পৰিয়াললৈ আহিল কন্যাসন্তান! খবৰ শুনি হাস্পতালত আৱেগিক হৈ পৰিল পৰিয়ালৰ লোক

July 31, 2026 3:00 pm
মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

মাত্ৰ ৬৬ বছৰ বয়সতে মৃত্যু ইটালীৰ কিংবদন্তি ফ্ৰাংকো বাৰেচিৰ; শোকস্তব্ধ ফুটবল জগত

July 31, 2026 2:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

উমৰ খালিদৰ জামিন আবেদনত দিল্লী আৰক্ষীৰ পৰা উত্তৰ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে : ২৭ আগষ্টলৈ পৰৱৰ্তী শুনানি

July 31, 2026 6:10 pm
কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

কুলশী নৈত ৫৫ মেগাৱাট বহুমুখী প্ৰকল্পৰ বিৰোধিতাৰে স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ, প্ৰকল্প বাতিলৰ দাবী

July 31, 2026 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd