• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

১ ফেব্ৰুৱাৰিৰ পৰা অৰুণাচল প্ৰদেশত অনুষ্ঠিত হ’ব য়মগ’ নদী মহোৎসৱ

NE NOW NEWS মৈত্ৰেয়ী শৰ্মা
অৰুণাচল প্ৰদেশ , January 23, 2019 2:53 pm

1 min read

yomgo river festival

য়মগ' মহোৎসৱ ফাইল ফটো

106
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ আল’ চহৰত ১ ফেব্ৰুৱাৰিৰ পৰা ৩ ফেব্ৰুৱাৰিলৈ য়মগ’ নদী মহোৎসৱ অনুস্থিত হ’ব। তিনিদিনীয়াকৈ অনুস্থিত হ’ব লগীয়া মহোৎসৱখনত সাস্কৃতিক প্ৰদৰ্শনী, দুঃ সাহসিক ক্ৰীড়া আৰু আড্ৰেনালাইন পাম্পিং সংগীতানুষ্ঠানৰ আয়োজন কৰা হৈছে।

এই মহোৎসৱতে সংগীতপ্ৰেমীসকলে উপভোগ কৰিব পাৰিব বেণ্ড ডেভিদ অংগু, গুৰু ৰেউবেন আদি বেণ্ডৰ সংগীতানুষ্ঠান। ইয়াৰ উপৰি বিভিন্ন দুঃ সাহসিক ক্ৰীড়া যেনে মটৰ চাইকেল চলোৱা, চাইকেল প্ৰতিযোগিতা, ট্ৰেকিং, এংলিং, ৰাফটিং, জিপলিং আদিও অনুস্থিত হ’ব।

এংলিং ক্ৰীড়াত প্ৰথম তিনিজন বিজয়ীয়ে ক্ৰমে ৮০ হাজাৰ, ৫০ হাজাৰ আৰু ৩০ হাজাৰ টকাকৈ লাভ কৰিব। আনহাতে মট’ক্ৰছ নামেৰে জনাজাত মটৰ চাইকেল চলোৱা প্ৰতিযোগিতাখনতো বিভিন্ন আকৰ্ষণীয় পুৰষ্কাৰ প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে এই মহোৎসৱখনিত প্ৰতিযোগীসকলে অৰুণাচল প্ৰদেশৰ বিভিন্ন খাদ্য সম্ভাৰৰ লগতে ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্যও উপভোগ কৰিব পাৰিব।

Recent News

মৰ্মান্তিক; কাবাডী খেলি থাকোতেই মৃত্যু ঘটিল ২০ বছৰীয়া খেলুৱৈৰ

মৰ্মান্তিক; কাবাডী খেলি থাকোতেই মৃত্যু ঘটিল ২০ বছৰীয়া খেলুৱৈৰ

WhatsApp Image 2021-01-22 at 11.15.07 AM

পানী ঘোলা কৰি হোৱাইট হাউছ এৰি বিলাসী ৰিছ’ৰ্টত পত্নী মেলানিয়াৰ সৈতে ডোনাল্ড ট্ৰাম্প

২৭ জানুৱাৰিত অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা

২৭ জানুৱাৰিত অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা

Joe biden follow celebraty

সমগ্ৰ বিশ্বৰ মাত্ৰ এগৰাকী চেলিব্ৰেটিকেই ফল’ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে; কোন তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd