• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দৰঙৰ বিহু সমিতিয়ে ডেকা খেতিয়কক সম্বৰ্ধনা জনালে

Mayukh Goswami ময়ুখ গোস্বামী
মঙলদৈ , April 16, 2019 4:14 pm

1 min read

Young farmer feted by Bihu celebration committee in Assam's Darrang District
552
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ প্ৰগতিশীল খেতিয়কসকললৈ প্ৰেৰণা কঢ়িয়াই জিলাখনৰ আতাইতকৈ পুৰণি ৰঙালী বিহু উদযাপন সমিতি, ৬৫ সংখ্যক সদৌ মঙলদৈ বিহু উদযাপন সমিতিয়ে ইয়াৰ শেহতীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰগতিশীল স্থানীয় খেতিয়কক ৰাজহুৱা সম্বৰ্ধনা জনাবলৈ আগবাঢ়ি আহিছে।

বিহু সমিতিৰ সভাপতি আৰু মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে কাৰ্য্যকৰী সভাপতি ৰাজীব কুমাৰ ডেকা, সাধাৰণ সম্পাদক দিগন্ত মনি বৰা আৰু অন্যান্য কাৰ্য্যকৰ্তাসকলে সোমবাৰে ৰামগাঁৱৰ এগৰাকী প্ৰগতিশীল ডেকা খেতিয়ক ধ্ৰুৱজ্যোতি ডেকাক এটা স্মাৰক, এখন গামোচা আৰু এটা পৰম্পৰাগত ‘হালোৱা জাপি’ৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

খেতিয়ক শইকীয়াৰ লগতে প্ৰসিদ্ধ শিল্পী মন্তু দাস আৰু অৱসৰপ্ৰাপ্ত অভিযন্তা হৰেন কাকতিকো অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয়।

তাৰোপৰি দুটা পৃথক পৰ্য্যায়ত উদযাপিত বিহুখনৰ প্ৰথম দিনাই ঐতিহাসিক গান্ধী ময়দানত এটা বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আৰু গায়ক কল্পনা ডেকাই গোৱা এটা অসমীয়া গীতো মুকলি কৰা হয়।

উপায়ুক্ত ঘনশ্যাম দাসে সাংস্কৃতিক শোভাযাত্ৰাটোৰ পতাকা জোকাৰি আৰম্ভ কৰাৰ বিপৰীতে গীততো আনুষ্ঠানিকভাবে মুকলি কৰে বিধায়ক গুৰুজ্যোতি দাসে। অলপ দিনৰ বিৰতিৰ পিছত উদযাপনটোৰ দ্বীতিয় পৰ্য্যায় ২০ এপ্ৰিলৰ পৰা ২২ এপ্ৰিললৈকে এলানি সাংস্কৃতিক কাৰ্য্যসূচী যাৰ ভিতৰত থাকিব সদৌ অসম মুকলি বিহু, বিহু কুঁৱৰী, মাৰাথন দৌৰ আৰু চাইকেল চালনাৰ লগতে অন্যান্য।

Recent News

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd