• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পাৰ্কিং বিবাদক লৈ মাৰপিট : চুবুৰীয়াৰ মাৰপিটত প্ৰাণ হেৰুৱালে যুৱ বিজ্ঞানীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2025 4:10 pm
250
VIEWS
Share on FacebookShare on Twitter

বাহন পাৰ্কিঙৰ বাবে হোৱা সামান্য বিবাদেই কাল হ’ল এগৰাকী যুৱ বিজ্ঞানীৰ। গাড়ী পাৰ্কিঙক লৈ হোৱা বিবাদৰ পৰিণতিত প্ৰাণ হেৰুৱালে এগৰাকী প্ৰতিভাৱান যুৱ বিজ্ঞানীয়ে।

পঞ্জাৱৰ মোহলীত সংঘটিত হৈছে এই ঘটনা। চিচিটিভিৰ ফুটেজতো বন্দী হৈছে এই আক্ৰমণৰ দৃশ্য।

মৃত বিজ্ঞানীজনৰ নাম ড° অভিষেক স্বৰ্ণকৰ। ৩৯ বছৰীয়া বিজ্ঞানীগৰাকীয়ে মোহলীৰ ছেক্টৰ ৬৭ৰ এটা ভাড়াঘৰত বাস কৰিছিল। তেওঁৰ মূল ঘৰ ঝাৰখণ্ডৰ ধনবাদত। তেওঁ বহুদিন চুইজাৰলেণ্ডত বাস কৰিছিল। কেইমাহমানৰ আগতে তেওঁ ঘৰলৈ উভতি আহি মোহলীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্স এণ্ড এডুকেশ্যন ৰিচাৰ্চ (আই আই এছ ই আৰ)ত যোগদান কৰে।

কিন্তু তেওঁ ভাড়াঘৰত গাড়ী ৰখোৱাক লৈ প্ৰতিৱেশীৰ সৈতে সংঘাতৰ সৃষ্টি হয়।

মঙলবাৰে নিশা অভিষেকে গাড়ী পাৰ্কিং কৰাক লৈ চুবুৰীয়া মণ্টী নামৰ এজন যুৱক বিবাদৰ সৃষ্টি হয়।  স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে গাড়ীখনৰ পাৰ্কিংক লৈ দুয়োৰে মাজত কাজিয়া হৈছিল। তৰ্কৰ মাজতে মণ্টিয়ে অভিষেকক গতা মাৰি দিয়ে। তাৰ পাছত দুয়োৰে মাজত মাৰপিট আৰম্ভ হ’ল।

মন্টি আৰু কেইজনমান যুৱকে অভিষেকক মাৰপিট কৰে। তাৰপিছত তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তাৰপিছত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

পৰিয়ালৰ সূত্ৰ অনুসৰি শেহতীয়াকৈ তেওঁৰ কিডনীৰ অস্ত্ৰোপচাৰ কৰা হৈছে। অভিষেকে ডায়েলাইছিছ কৰি আছিল। অসুস্থ অৱস্থাতে আঘাত পোৱাৰ বাবে তেওঁৰ মৃত্যু হয়।

ইতিমধ্যে ঘটনাৰ চিচিটিভি ফুটেজো লাভ কৰিছে আৰক্ষীয়ে। চিচিটিভি ফুটেজৰ জৰিয়তে চুবুৰীয়া যুৱকজনৰ লগতে আন কেইবাজনো লোকক চিনাক্ত কৰা হৈছে। হত্যাৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে।

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd