• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

যোৱা তিনিমাহ ধৰি তেওঁ ত্ৰিবেনী পথৰ ৭ নং গৃহত ভাড়াতীয়া হিচাপে বাস কৰি আছিল আৰু ৰিলায়েন্সৰ বীমা কোম্পানীত কৰ্মৰত আছিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 9:26 am
42
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে (২২ জুন) নিশা গুৱাহাটীৰ চচল অঞ্চলৰ ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতী। সমগ্ৰ ঘটনাৰ পৰিস্থিতিৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মৃত যুৱতীগৰাকী লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ বাসিন্দা পাৰুল মনি পেগু বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি যোৱা তিনিমাহ ধৰি তেওঁ ত্ৰিবেনী পথৰ ৭ নং গৃহত ভাড়াতীয়া হিচাপে বাস কৰি আছিল আৰু ৰিলায়েন্সৰ বীমা কোম্পানীত কৰ্মৰত আছিল।

Apply Now

সূত্ৰ অনুসৰি সোমবাৰে পুৱাৰে পৰা কোঠাটো তলাবন্ধ হৈ থকাৰ বাবে চুবুৰীয়া আৰু চিনাকি লোকৰ মাজত উদ্বেগ সৃষ্টি হয়। গোটেই দিনটোত পৰিয়ালৰ লোকে বহুবাৰ যোগাযোগ কৰাৰ চেষ্টা কৰিছিল যদিও তেওঁৰ ফোনৰ উত্তৰ পোৱা নাছিল বুলি জানিব পৰা গৈছে।

পিছত সন্ধিয়া ভাড়াঘৰটোত আত্মীয়-স্বজন আৰু সহকৰ্মী উপস্থিত হৈ কোঠাটোৰ ভিতৰত ওলমি থকা অৱস্থাত তেওঁক আৱিষ্কাৰ কৰে। ঘটনা সন্দৰ্ভত লগে লগে আৰক্ষীক খবৰ দিয়া হয়।

দিছপুৰ আৰক্ষী থানাৰ বিষয়াসকলে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষী বিষয়াৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰা হৈছে আৰু আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰিব পৰা নাই কৰ্তৃপক্ষই।

ইফালে ঘটনাস্থলীত উপস্থিত থকা একাংশ সহকৰ্মীয়ে দাবী কৰে যে পেগুৱে এজন বিবাহিত পুৰুষৰ সৈতে কেইবাবছৰ ধৰি সম্পৰ্কত আছিল। তেওঁলোকে অভিযোগ কৰে যে তেওঁৰ বৈবাহিক জীৱনৰ বিষয়ে শেহতীয়াকৈহে পেগুৱে জানিব পাৰিছিল আৰু তাৰপিছতে আৱেগিকভাৱে ভাগি পৰিছিল। এই দাবীসমূহ তদন্তকাৰী কৰ্তৃপক্ষই স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা নাই।

এই ঘটনাত টাকাম মিছিং প’ৰিন কেবাং (টিএমপিকে)ৰ এজন নেতাই মৃত্যুৰ পৰিস্থিতিক লৈ সন্দেহ উত্থাপন কৰি অভিযোগ কৰে যে ই পৰিকল্পিত হত্যাৰ ঘটনা হ’ব পাৰে। সংগঠনটোৱে পুংখানুপুংখ, নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ দাবী জনাইছে।

আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত আন ৰহস্য জড়িত থকাৰ কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই আৰু তদন্ত অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd