• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীত চাঞ্চল্যকৰ ঘটনা; কাৰ্যালয়তে চৰম পন্থা গ্ৰহণ যুৱতী সাংবাদিকৰ, ৰহস্যৰ গোন্ধ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2025 1:22 pm
79
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীত এক চাঞ্চল্যক ঘটনা সংঘটিত হৈছে। বিয়ালৈ মাজত মাত্ৰ ১১দিন বাকী থকা সময়তে আত্মহত্যা কৰিলে এগৰাকী যুৱতী সাংবাদিকে। গুৱাহাটীৰ এটা সংবাদমাধ্যমৰ বাতৰি পৰিৱেশক হিচাপে কাম কৰা ৰিতুমনি ৰয় নামৰ যুৱতীগৰাকীয়ে  সকলোকে আচৰিত কৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰে। 

সংবাদ প্ৰতিষ্ঠানটোৰ কাৰ্যালয়ৰ ভিতৰতে উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ। মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ পূৰ্বোদয় ভৱনৰ তৃতীয় মহলাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। কাৰ্যালয়ৰ কৰ্মচাৰীসকলে সদৰি কৰা তথ্য অনুসৰি, দেওবাৰে (২৩নৱেম্বৰ)পুৱাই কামলৈ আহিছিল যুৱতীগৰাকী। কিন্তু নিশালৈকে তেওঁ ঘৰলৈ যোৱা নাছিল।

Apply Now

অৱশেষত ৰাতিপুৱা তেওঁৰ নিথৰ দেহ কাৰ্যালয়ৰ এটা কোঠাত উদ্ধাৰ হয়। যুৱতীগৰাকীয়ে এখন চিঠিও লিখি থৈ গৈছে। চিঠিখনত লিখিছে- সকলোৰে ভালৰ বাবেই এই সিদ্ধান্ত। সকলো ভালে থাকিব।

নিজে লিখা চুইচাইড নোটত ৰিতুমনিয়ে পিতৃৰ ফোন নম্বৰটোও লিখি থৈ গৈছে। খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। 

ইপিনে, যুৱতী সাংবাদিক ৰিতুমণি ৰয়ক কেন্দ্ৰ কৰি বহু তথ্য পোহৰলৈ আহিছে। পৰিয়াল তথা পিতৃয়ে সংবাদিকৰ আগত ৰিতুয়ে বিয়াৰ বাবে নিজেই দৰা পছন্দ কৰা বুলি দাবী কৰাৰ বিপৰীতে সহকৰ্মীসকলক তেওঁ অন্য কথাহে কৈছিল বুলি জানিব পৰা গৈছে।

সংবাদ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীয়ে সংবাদমাধ্যমক সদৰি কৰা মতে কাৰ্যালয়ৰ সহকৰ্মীৰ আগত ৰিতুয়ে বহু দিনৰ আগতেই তেওঁৰ বাবে ঘৰৰ পৰা ল’ৰা ঠিক কৰি থোৱাৰ কথাহৈ কৈছিল।

ৰিতুৰ পিতৃয়ে সাংবাদিককৰ আগত ৰিতুৱে বিয়াৰ বাবে নিজেই দৰা পছন্দ কৰাৰ কথা সদৰি কৰিছে। পিতৃয়ে জনায় যে, এই বিয়াত তেওঁৰ সন্মতি দিছিল আৰু বিয়াৰ বাবে ঘৰৰ পৰা কোনো হেঁচা নাছিল।

আনহাতে ৰিতুৰ জ্যেষ্ঠ ভগ্নীয়েও পিতৃকে দোষাৰোপ কৰিছে। তেওঁ পিতৃক ‘কেৱল টকা লাগে’ বুলি অভিযোগ কৰাও দেখা গৈছে। এনেবোৰ বিপৰীত ভাষ্যই ঘটনাটোক অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে।

পিতৃয়ে লগতে জনায় যে,  ৰিতুৱে বিগত প্ৰায় ডেৰ বছৰৰ পৰা তেওঁলোকৰ পৰা আঁতৰি থাকিবলৈ লৈছিল। এগৰাকী বান্ধৱীৰ সৈতে ভাড়াঘৰত থাকিবলৈ লৈছিল ৰিতু। কাহিলীপাৰাৰ থকা পিতৃয়ে চাকৰি সূত্ৰে থকা কোৱাৰ্টাৰত ঠাইৰ অভাৱৰ বাবে ৰিতুৱে ভাড়াঘৰত থাকিবলৈ লৈছিল বুলি সদৰি কৰিছে।

ৰিতুৰ পিতৃয়ে লগতে জনায় যে, যোৱা ২২নৱেম্বৰত ফোন কৰোতে তেওঁক ফাঁচী বজাৰত বিয়াৰ বজাৰ কৰিবলৈ যোৱা বুলি জনাইছিল। ৰাতি কথা পতাৰ কথা আছিল যদিও দেৰি হোৱাৰ বাবে তেওঁ ফোন কৰা নাছিল। অহা ৫ডিচেম্বৰত বিয়াৰ দিন আছিল ৰিতুৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd