DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলাইগাঁৱত নাবালিকা ধৰ্ষণকাৰী যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ

চাজিদ খান by চাজিদ খান
August 23, 2019 7:27 am
Minor-rape-Man arrested on charges of sexually abusing niece in Jorhat

প্ৰতিনিধিত্বমূলক ছবি।

877
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ কলাইগাঁৱত  এগৰাকী ১৬ বছৰীয়া ছোৱালীক ধৰ্ষণ কৰা যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, যুৱকজনক নয়ন শৰ্মা (২২) বুলি চিনাক্ত কৰা হৈছে।

যুৱকজনৰ ঘৰ ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত বৰজোলা গাঁৱত।

যুৱকজনক স্থানীয় লোকে যোৱা মঙলবাৰে ছোৱালীজনীৰ ঘৰত কৰায়ত্ত কৰে।

ইয়াৰ পাছতে কলাইগাঁও আৰক্ষীয়ে যুৱকজন আৰু ঘটনাৰ বলি ছোৱালীজনীক উদ্ধাৰ কৰে।

ছোৱালীজনীৰ অভিভাৱকে দাখিল কৰা এক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ (আই পি চি) ধাৰা ৩৭৬ আৰু যৌন নিৰ্যাতনৰ পৰা শিশুৰ সুৰক্ষা আইন,২০১২ৰ ধাৰা ৪ ৰ অধীনত গোচৰ ৰুজু কৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱকজনক বুধবাৰে ওদালগুৰি আদালতত হাজিৰ কৰোৱাৰ পাছত তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

ৰাজ্যখনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে ওদালগুৰি জিলাত আন এক নাবালিকা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে বিগত বৰ্ষৰ নৱেম্বৰৰ শেহৰ সপ্তাহত ওদালগুৰি জিলাৰ কলাইগাঁৱ অঞ্চলত এজন বিবাহিত পুৰুষে এগৰাকী ১০ বছৰীয়া নাবালিকাক ধৰ্ষণ  কৰিছিল।

বাতৰিত প্ৰকাশ পাইছিল যে কলাইগাঁও থানাৰ অন্তৰ্গত জেংৰাঝাৰ গাঁৱৰ বাসিন্দা এটা সন্তানৰ পিতৃ ৩৭ বছৰীয়া কন্দৰ্প চৌধুৰীয়ে একেখন গাঁৱৰে তুলি লোৱা এগৰাকী নাবালিকাক ২০১৮ চনৰ ১৭ নৱেম্বৰত ছোৱালীজনীৰ ঘৰতে ধৰ্ষণ কৰিছিল।

ঘটনাৰ বলি শিশুটিৰ পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰিছিল।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd