DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনলাইন শ্বপিঙৰ নামত গ্ৰাহকক ৰামঠগন,বেটাৰী চালিত টুথব্ৰাছেৰে দাঁত ঘঁহিব বিচাৰি যুৱকৰ লটি-ঘটি

প্ৰণয় দেৱৰয় by প্ৰণয় দেৱৰয়
July 1, 2021 4:49 pm
dog

*

237
VIEWS
Share on FacebookShare on Twitter

মাজে সময়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে কিছু অনলাইন শ্বপিং চেন্টাৰে।

এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে চাপৰত। গ্ৰাহকক সামগ্ৰী যোগানৰ নামত দিছে ৰামঠগন। দেশৰ বৃহৎ অনলাইন শ্বপিং কোম্পানী হিচাপে জনাজাত Amazonৰ তেনে এক ঘটনাই সংঘটিত কৰিছে।

কোম্পানীটোৰ এনেকাৰ্যই হতভম্ব কৰি তুলিছে চাপৰ বহলপুৰৰ বাবুজিতু নামৰ এজন যুৱকক। আচলতে ঘটনাটো এনেকুৱা— ১৮ জুন ২০২১ তাৰিখে দেশৰ বৃহৎ অনলাইন শ্বপিং চেন্টাৰ Amazon ত এডাল বেটাৰী চালিত টুথব্ৰাছ অৰ্ডাৰ কৰিছিল যুৱকজনে।

তেওঁ বহু আশাৰে ৰৈ আছিল বেটাৰী চালিত উক্ত টুথব্ৰাছডালৰ বাবে। কিন্তু সকলো আশাত চেঁচা পানী ঢালি প্ৰায় ১৩ দিন পিছত বহলপুৰৰ যুৱক জনলৈ Amazon ৰ সম্পূৰ্ণ চীল-মোহৰ থকা আটক ধুনীয়া পেকেটত আহি পালে কাপোৰ ধোৱা সাধাৰণ নিৰমাৰ এটা পেকেট।

এতিয়া প্ৰশ্ন হয় সততে বিজ্ঞাপনেৰে গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰা দেশৰ এই বৃহৎ অনলাইন শ্বপিং চেন্টাৰবোৰে গ্ৰাহকক ৰামঠগন দি গ্ৰাহকক উন্নত মানৰ সামগ্ৰী যোগানৰ নামত যি লুণ্ঠন চলাই আছে ওৰ পৰিব কেতিয়া?

সেয়ে আমি সকলোৱে Online Shopping চেন্টাৰ সমূহৰ পৰা Online Shopping কৰাৰ পূৰ্বে কিছু সতৰ্ক হোৱাটো নিশ্চয় উচিৎ হ’ব।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd