• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ’ল শতাধিক যুৱ কংগ্ৰেছী

আৰক্ষীৰ বীৰত্ব: টানি আঁজুৰি চোঁচৰাই গ্ৰেপ্তাৰ কৰিলে প্ৰতিবাদকাৰীক

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 5, 2019 6:58 pm

2 min read

11.5k
VIEWS
Share on FacebookShare on Twitter

অসম প্ৰদেশ যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে কাহিলিপাৰা স্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখভাগ।

ইপিনে, প্ৰতিবাদৰ পূৰ্বেই তাত মজুত কৰি ৰখা হৈছিল নিৰাপত্তাৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীক।

প্ৰতিবাদৰ সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতা-হতিৰ সৃষ্টি হয় আৰু  প্ৰতিবাদকাৰীৰ ওপৰত শক্তি প্ৰদৰ্শন কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি টানি আজুৰি চুচুৰাই গাড়ীত উঠাই লৈ যায়।

ইপিনে পুৰুষ আৰক্ষীৰ বিৰুদ্ধে মহিলা প্ৰতিবাদকাৰীৰ গাত হাত দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

যুৱতী প্ৰতিবাদকাৰীৰ ভাষ্য,”মোক এজন পুৰুষ আৰক্ষীয়ে পেটত আচুৰি দিছে। এগৰাকী যুৱতীৰ ওপৰত আৰক্ষীৰ অত্যাচাৰ সহ্য কৰা নহ’ব।‘’

WhatsApp Image 2019-11-05 at 12.50.48 PM
ফটো : নৰ্থইষ্ট নাও

উল্লেখযোগ্য যে, বিজেপি চৰকাৰে মধ্যাহ্ন ভোজনৰ দায়িত্ব NGO ক অৰ্পণ কৰি লক্ষাধিক ৰান্ধনীক কৰ্মহীন কৰাৰ লগতে নিম্নমানৰ খাদ্য যোগানেৰে শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলাৰ বিৰুদ্ধে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে।

প্ৰতিবাদকাৰীসকলৰ একাংশই হাতত হেতা আৰু থাল লৈ প্ৰতিবাদ সাৱ্যস্ত কৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰি যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলামে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে এই সিদ্ধান্ত বাতিলৰ দাবী জনায়।

“চৰকাৰৰ শিক্ষা বিভাগক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিবলৈ দিয়া নহ’ব।সোণোৱাল চৰকাৰে কমিছনৰাজ বন্ধ কৰক। NGO ক খাদ্য বিতৰণৰ সিদ্ধান্ত বাতিল কৰক,”-কামৰুলে কয়।

আনহাতে, সৰ্ব শিক্ষা মিছন কাৰ্যালয়ৰ গেট পাৰ হৈও কাৰ্যালয় চৌহদত একাংশ যুৱ কংগ্ৰেছীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ অন্তত শতাধিক যুৱ কংগ্ৰেছীক কাহিলিপাৰাৰ আৰক্ষীৰ চতুৰ্থ APBNৰ শাখালৈ গ্ৰেপ্তাৰ কৰি লৈ যোৱা হয়।

Recent News

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

সকলো লোককে দিয়া হ’ব বিনামূলীয়া কোভিড ভেকচিন; এইখন ৰাজ্যৰ কেবিনেটত প্ৰস্তাৱ গ্ৰহণ

বহু কেইখন দেশলৈ কোভিড ভেকচিনেৰে সহায় ভাৰতৰ; আমেৰিকাৰ উচ্চ প্ৰশংসা

জাকাই ইক' কেম্প

পৰ্যটন ক্ষেত্ৰত ন-সংযোজন ৰাঙলু পাহাৰগুৰিৰ জাকাই ইক’ কেম্প; পৰ্যটকক আদৰিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd