DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ হতাহতি

পুলেন্দ্ৰ দাস, বৰপেটা by পুলেন্দ্ৰ দাস, বৰপেটা
April 26, 2022 5:28 pm
Protest against arrest of Jignesh Mevani
115
VIEWS
Share on FacebookShare on Twitter

দুটাকৈ টুইটে ধুমুহাৰ সৃষ্টি কৰিছে বিজেপিৰ বৰঘৰত৷ গুজৰাটৰ দলিত নেতা তথা কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেছ মেৱানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দুটিকৈ টুইট কৰাৰ পিছতেই জিগনেছ মেৱানীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী৷

জিগনেছ মেৱানীৰ বিৰুদ্ধে কোকৰাঝাৰত ৰুজু হোৱা গোচৰৰ পৰা জামিন লাভ কৰাৰ পিছতেই পুনৰ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জিগনেশ মেৱানীক৷

কৰ্তব্যৰত মহিলা আৰক্ষীক অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি বৰপেটা ৰোড আৰক্ষী চকীত গোচৰ ৰুজু কৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে।

এই গোচৰৰ ওপৰত ভিত্তি কৰি সোমবাৰে সন্ধিয়া জিগনেছ মেৱানীক বৰপেটা সদৰ আৰক্ষী থানালৈ লৈ যোৱা হয়।

আজি জিগনেশ মেৱানীক বৰপেটা আদালতত হাজিৰ কৰোৱাৰ পিছতেই অসম প্ৰদেশ যুৱ কংগ্ৰেছে বৰপেটা আৱৰ্ত ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদত বৰপেটাৰ সাংসদ আব্দুল খালেকৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, সদৌ ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস আদি নেতা উপস্থিত থাকি চৰকাৰৰ ভূমিকাক সমালোচনা কৰে।

আনহাতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰাৰ পিছতেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ পৰিস্থিতিৰ সৃষ্টি হয়৷

মহিলা কংগ্ৰেছ কৰ্মীক পুৰুষ আৰক্ষীয়ে টনা আজোৰা কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

Recent News

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

বানে খহাই নিলে মঙলদৈ ভুটিয়াচাং পথৰ এটা অংশ, যাতায়াত বিঘ্নিত হৈ পৰাৰ আশংকা

reservation in india

প্ৰতিনিধিত্বমূলক অংশগ্ৰহণৰ সুযোগেই “সংৰক্ষণ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd