• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘আমাক সংস্থাপন দিয়ক’ দেশৰ প্ৰধান মন্ত্ৰীলৈ আহ্বান যুৱ কংগ্ৰেছৰ

যুৱ কংগ্ৰেছীৰ ‘সংস্থাপন দিয়ক’ শীৰ্ষক বৃহৎ অভিযান আৰম্ভ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 4, 2020 8:37 pm
Youth CONGRESS
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি চৰকাৰৰ দিনত দেশত বৃদ্ধি পালে পালে নিবনুৱাৰ সংখ্যা। এই গুৰুতৰ অভিযোগ তুলিছে যুৱ কংগ্ৰেছে।

সেয়েহে দেশৰ প্ৰধান মন্ত্ৰীলৈ ‘সংস্থাপন দিয়ক’ বুলি আহ্বান জনাইছে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিয়ে।

Apply Now

বিজেপি চৰকাৰৰ হঠকাৰী নীতিৰ বাবে শেহতীয়াভাৱে দেশত ভয়ংকৰভাৱে বৃদ্ধি পোৱা নিবনুৱা সমস্যা আৰু সংস্থাপনহীনতাৰ বিৰুদ্ধে   সৰ্বভাৰতীয় যুৱ কংগ্ৰেছে সমগ্ৰ দেশতেই জনমত গঠনৰ উদ্দেশ্যে #RozgarDo শীৰ্ষক এক অভিযান হাতত লোৱা বুলি জানিবলৈ দিয়ে অসম প্ৰদেশ যুৱ কংগ্ৰেছে।

এই সন্দৰ্ভত ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে কয় ‘২০১৪ ত কেন্দ্ৰত বিজেপি চৰকাৰ আৰু ২০১৬ত ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পাছত ব্যাপক হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে।‘

‘বছৰি ২০ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই। চাৰিবছৰত ৮০ লাখ চাকৰি নিয়ম মতে দিব লাগিছিল কিন্তু ৮০০০ চাকৰিও দিয়া নাই।‘ কামৰুলে লগতে কয়।

ঠিক সেইদৰে নৰেন্দ্ৰ মোদীয়ে ২ কোটি চাকৰি বছৰত দিম বুলি কৈছিল, সেই অনুসৰি ৬ বছৰত ১২ কোটি চাকৰি দিব লাগিছিল বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘১২ কোটি দূৰৰে কথা অসমৰ প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰৰ অধীনত ১২ হাজাৰ চাকৰিও লাভ কৰা নাই।‘

তেওঁ আৰু কয় ‘সেযেহে অসমৰ যুৱক যুৱতীৰ বৃহত্তৰ স্বাৰ্থত এক বৃহৎ অভিযান আৰম্ভ কৰা হ’ব। চাকৰি দিয়াৰ নামত বিজেপি চৰকাৰে কেনেধৰণে প্ৰতাৰণা কৰিছে সেয়া গাওঁ অঞ্চলৰ যুৱকৰ যুৱতীৰ মাজত সজাগতা সৃষ্টি কৰা হ’ব।‘

ইপিনে, উক্ত সংবাদমেলত উপস্থিত থাকি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ যুটীয়া সম্পাদক তথা সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক কৃষ্ণা আল্লাৱাৰুৱে মোদী আৰু সোণোৱাল চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ কয় ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ যুৱ শক্তিৰ কন্ঠ, কৃষকৰ কন্ঠ, শ্ৰমিকৰ কন্ঠ শুনিবলৈ সময় নাই।‘

আল্লাৱাৰুৰ মতে ‘বিজেপি চৰকাৰৰ দিনত ভাৰতৰ সকলো বিকাশ সৰ্বনাশ হৈ গ’ল। এয়া কেৱল কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভুল নীতিৰ বাবেই হৈছে।লকডাউনৰ পূৰ্বেই ভাৰতৰ অৰ্থ ব্যৱস্থা বহুত তললৈ নামিছিল।‘

‘মনমোহন সিং শাসনৰ পৰা যোৱাৰ পাছত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ ওপৰত বা বিকাশৰ ওপৰত জানি-বুজি নৰেন্দ্ৰ মোদী চৰকাৰে আক্ৰমণ কৰি আছে। নোট বন্দী ভুল নীতি আছিল। তাৰ পৰা কি লাভ হ’ল সেই সম্পৰ্কে কাকো এতিয়ালৈকে মোদীয়ে উত্তৰ দিব পৰা নাই।‘ তেওঁ সংবাদমেলত কয়।

ইপিনে, উক্ত সংবাদমেলতে এক হেল্পলাইন নম্বৰ মুকলি কৰি সেই নম্বৰত মিছড কল দি নিবনুৱা যুৱকক সজাগ হ’বলৈ আহ্বান জনায়। তেওঁলোকৰ হেল্পলাইন নম্বৰটো হৈছে ৭৯৯৮৭৯৯৮৫৪।

উক্ত সংবাদমেলৰ পাছতে কামৰূপ মহানগৰ জিলাৰ প্ৰায় ১৫০ গৰাকী যুৱক- যুৱতীয়ে যুৱ কংগ্ৰেছত যোগদান কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

ৰাম মন্দিৰৰ দক্ষিণা চুৰি কাণ্ডৰ তদন্তত গাফিলতি: অভিযোগনামাৰ পৰা বাদ পৰিল বেংক কৰ্মচাৰী আৰু ন্যাসৰ বিষয়াৰ নাম

September 26, 2026 2:45 pm
টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

টিম ইণ্ডিয়াৰ আক্ৰমণাত্মক বেটছমেন! শচীনৰ বন্ধু বিনোদ কাম্বলিয়ে এতিয়া জীৱন কটাইছে বৃদ্ধাশ্ৰমত

September 26, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

নাগালেণ্ডত বিষাক্ত সুৰাৰ বাবে অকালতে প্ৰাণ গ’ল ১৯ জনৰ, ৩০০০টা বটল জব্দ

September 26, 2026 3:56 pm
দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

দেশত এবছৰত ধৰ্ষণৰ বলি ৪৩ হাজাৰ নাবালিকা; এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক ছবি

September 26, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd