DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গানৰ মাধ্যমেৰে বিশ্বনাথৰ এজন যুৱকৰ অভিনৱ প্ৰয়াস

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
February 12, 2019 1:11 pm
IMG-20190212-WA0032

যদু দাস। ফটো: নৰ্থ-ইষ্ট নাও

1.2k
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ হাতত নিধন হৈ থকা এশিঙিয়া গঁড়ৰ অস্তিত্ব ৰক্ষাৰ বাবে ভিন্নজনে ভিন্ন প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে এইবাৰ সংগীতৰ মাধ্যমেৰে অসমৰ প্ৰতীক এশিঙিয়া গঁড় সংৰক্ষণৰ ব্যতিক্ৰমী প্ৰয়াস কৰিছে বিশ্বনাথৰ এজন যুৱকে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ অস্তিত্বকলৈ শংকিত হৈ পৰিছে যদু দাস নামৰ বিশ্বনাথৰ দক্ষিণ গাঁওৰ নিৱাসী যুৱকজন।সেয়েহে সংগীতৰ মাধ্যমেৰে গঁড় হত্যা ৰোধ আৰু ইয়াৰ সংৰক্ষণৰ প্ৰতি জনসাধাৰণক সজাগ কৰি তোলাৰ বাবে যদুৱে নিজে লিখা এটা গান জনসাধাৰণৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে।

অংকুৰ শইকীয়াই বাণীবদ্ধ কৰা আৰু সীমান্ত ডেকাই সংগীত পৰিচালনা কৰা গীতটোত যদুই নিজেই কন্ঠ নিগৰাইছে।

এটা অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি বৰ্তমান টেম্প’ চলাই পৰিয়াল পোহ-পাল দি থকা যদুৰ সংগীতৰ প্ৰতি বিশেষ ধাউতি আছিল, সেয়েহে সংগীতৰ মাধ্যমেৰেই জনসাধাৰণক গঁড় আৰু কাজিৰঙা সংৰক্ষণ কৰাৰ বাবে সচেতন কৰি তোলাৰ উদ্দেশ্য এই ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে।

বিশ্বনাথৰ দৰিদ্ৰ পৰিয়ালৰ সন্তানগৰাকীৰ সমাজ সচেতনতাৰ এই প্ৰচেষ্টাক সকলোৱে একেমুখে শলাগ লৈছে। আনহাতে, যদুৱেও ব্যক্তিগতভাৱে ৰাইজে গানটো আদৰি ল’ব বুলি আশা প্ৰকাশ কৰিছে।

Recent News

GIMT Guwahati

জি আই এম টি, গুৱাহাটীত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ  যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Kerala to London on bicycleচাইকেলেৰে কেৰালাৰ পৰা লণ্ডনলৈ ৩০,০০০ কিলোমিটাৰৰ যাত্ৰা! ৪৫০ দিনত উপস্থিত হ’ব লণ্ডনত

Durand Cup 2022

আৰম্ভ হ’ল ডুৰাণ্ড কাপ, ২০২২: উদ্বোধনী মেচত এফ চি গোৱাৰ বিৰুদ্ধে ৩-১ ব্যৱধানত জয় মহমেদান স্প’ৰ্টিঙৰ

maharashtra train accident

মহাৰাষ্ট্ৰত ৰেল দুৰ্ঘটনা: মালবাহী ৰেলত খুন্দা যাত্ৰীবাহী ৰেলৰ, আহত ৫০ গৰাকী যাত্ৰী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd