• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহানগৰীৰ জোনাকী নগৰৰ পৰা সন্ধানহীন এজন যুৱক; দিছপুৰ থানাত দাখিল এজাহাৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
December 4, 2021 2:11 pm
Missing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ জোনাকী নগৰৰ অৰূপ জ্যোতি পাঠক নামৰ যুৱকজন শুকুৰবাৰে ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধানহীন হৈ আছে।

৩ ডিচেম্বৰৰ দিনা পুৱা বজাৰ কৰিবলৈ নিজৰ বাহনখন লৈ ওলাই গৈছিল যুৱক জন। ইয়াৰ পাছৰে পৰা যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই পৰিয়ালৰ লোকে।

AS01 EF 2078 নাম্বাৰৰ ৰঙা ৰঙৰ চেন্ট্ৰ’ গাড়ীখন লৈ ঘৰৰ পৰা ওলাই গৈছিল যুৱক জন।

Apply Now

Also Read: কথা দিলে মুখ্যমন্ত্ৰীয়ে; ৩১ ডিচেম্বৰত এটাও ল’ৰা মৰিবলৈ নিদিয়ে পথ দুৰ্ঘটনাত

ঘটনা সন্দৰ্ভত পৰিালৰ লোকে ইতিমধ্যে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

কোনে লোকে যুৱকজনৰ সন্ধান পালে ৭০৮৬৫২৪৫৭০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm
বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

August 11, 2026 1:22 pm
অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

অবিশ্বাস্য! ব্যক্তিৰ পেটত ওলাল ১৮০ টা গজাল আৰু চুম্বকসহ এক কিলোগ্ৰামতকৈ অধিক নাট-বল্টু

August 11, 2026 12:27 pm
মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

August 11, 2026 11:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

বাঘ বাঢ়িছে কিন্তু হাবি কমিছে: মধ্যপ্ৰদেশত ৮ মাহত বাঘে খাই মাৰিলে ৫০ জনকৈ লোকক

August 11, 2026 1:31 pm
বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

August 11, 2026 1:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd