• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত সুৰক্ষিত নহয় নাৰী! এগৰাকী সাহসী যুৱতীয়ে দাঙি ধৰিলে উদাহৰণ

দিনৰ পোহৰত ‘চিনাকী পথ’ৰ সন্ধান বিচাৰি অচিনাকী যুৱতীক শ্লীলতা হানিৰ চেষ্টা যুৱকৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 31, 2021 2:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশ, দিল্লী বা বিহাৰ নহয়, গুৱাহাটীৰ ৰাজপথত যুৱতীক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা চলাই বিপদত পৰিল যুৱক।

গুৱাহাটীৰ মাজ মজিয়াত অৰ্থ্যাৎ ডাউন টাউনৰ ৰুক্মিনীনগৰত যুৱতীক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ ঘটনা সংঘটিত হৈছে।

Apply Now

‘চিনাকী পথ’ কোনটো বুলি চিনাকী হোৱাৰ চলেৰে পাঞ্জাবাৰীৰ মধুচানা ৰাজকুমাৰ নামৰ যুৱকজনে এগৰাকী যুৱতীৰ দেহত স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

সমগ্ৰ ঘটনা বিৱৰী ভুক্তভোগী যুৱতীগৰাকীয়ে ফেচবুকত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

যুৱতীগৰাকীয়ে ফেচবুকত উল্লেখ কৰা অনুসৰি ঘটনাটো শুক্ৰবাৰৰ বিয়লি ৪:৩০ বজাৰ।

‘এই ব্যক্তিজনৰ নাম পাঞ্জাবাৰীৰ বাসিন্দা মধুসনা ৰাজকুমাৰ।মই বিপৰীত ফালৰ পৰা খোজ কাঢ়ি আহি থাকোতে তেওঁ তেওঁৰ স্কুটিলৈ মোৰ ওচৰলৈ যায় আৰু ঠিকনা এটা সোধে।‘ ফেচবুকত যুৱতীগৰাকীয়ে লিখি কয়।

তেওঁ লগতে লিখি কয় ‘মই তেওঁক শুনিব নোৱাৰোঁ বুলি কোৱাৰ পিছত, তেওঁ মোৰ ওচৰলৈ আহি সুধিলে “চিনাকী পথ ক’ত আছে? মই অতি নম্ৰতাৰে নাজানো বুলি কৈছিলো আৰু  আন কাৰোবাক সুধিবলৈ ক’লো।‘

এই শব্দবোৰ যুৱতীগৰাকীৰ মুখৰ পৰা ওলাই অহাৰ লগে লগে অভিযুক্ত যুৱকজনে কি কৰিলে সেয়া বৰ্ণনা কৰি যুৱতীগৰাকীয়ে কয় ‘তেওঁ মোৰ ব্যক্তিগত অংগ (স্তন) এনেদৰে হাত দিছিল যে তেওঁ মোৰ শৰীৰত হঠাতে জঁপিয়াই পৰিছিল। এক ছেকেণ্ডৰ বাবে মই এইমাত্ৰ কি ঘটিছিল তাৰ ধাৰণা হেৰুৱাই পেলাইছিলো।‘

‘কিন্তু তেওঁক পলাই যাবলৈ চেষ্টা কৰা দেখি, মই দ্বিতীয়বাৰ চিন্তা কৰা নাছিলোঁ আৰু এনে এক অস্বাভাৱিক পৰিস্থিতিত  সৰ্বোচ্চ শক্তিৰে তেওঁক টানি নিছিলোঁ। যেতিয়া তেওঁ তেওঁৰ স্কুটিখনলৈ দৌৰি আছিল, মই তেওঁৰ পিছফালৰ টায়াৰটো দাঙি ধৰিছিলোঁ আৰু প্ৰায় আধা মিনিটৰ পাছত তেওঁক স্কুটীৰ সৈতে নলালৈ ঠেলি দিছিলো।‘ যুৱতীগৰাকীয়ে ফেচবুক পোষ্টত উল্লেখ কৰি কয়।

ইপিনে, দিচপুৰ আৰক্ষীক জনোৱাৰ পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি ভুক্তভোগী যুৱতীগৰাকীয়ে জানিবলৈ দিয়ে।

অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ভুক্তভোগী যুৱতীগৰাকীয়ে দিচপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে আৰু সেই এজাহাৰৰ ভিত্তিত যুৱকজনক কৰায়ত্ত কৰে আৰক্ষীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd