• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত য়ুটিউব ক্ৰিয়েটাৰৰ সমাৱেশ: য়ুটিউবক কেৰিয়াৰ হিচাপে লৈ আগবাঢ়িছে অসমৰ নৱপ্ৰজন্ম

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 1, 2019 6:45 am
IMG-20190401-WA0001

শিৱসাগৰত য়ুটিউব ক্ৰিয়েটৰৰ সমাৱেশ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

য়ুটিউবক মনোৰঞ্জনৰ বাবে ব্যৱহাৰ কৰা হয় যদিও বৰ্তমান অসমৰ বহুসংখ্যক নৱপ্ৰজন্মই কেৰিয়াৰ হিচাপে লৈ মাহিলি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰি স্বাৱলম্বী হৈছে। য়ুটিউবৰ লগত জড়িত হৈ এইদৰে অৰ্থ উপাৰ্জন কৰা অসমৰ প্ৰায় পাঁচশ যুৱক-যুৱতীয়ে দেওবাৰে শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত আয়োজন কৰে এক সমাৰোহৰ।

তৃতীয় অসম য়ুটিউব মীট নামৰ এই সমাৰোহত অসমৰ শদিয়াৰ পৰা ধুবুৰীৰৰ প্ৰতিগৰাকী য়ুটিউব ক্ৰিয়েটৰ উপস্থিত হৈছিল। লক্ষ্য আছিল অসমত য়ুটিউবক কিদৰে এক নতুৰ কেৰিয়াৰৰ সুযোগ আৰু সম্ভৱনা হিচাপে ব্যৱহাৰ কৰাৰ বাবে নতুন প্ৰজন্মক উৎসাহিত কৰিব পাৰি।

Apply Now

উল্লেখযোগ্য যে, অসমৰ বহু নৱ প্ৰজন্মই য়ুটিউবৰ মাধ্যমেৰে মাহেকত ৬০ হাজাৰ টকালৈকে উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এই কথা অসমৰ য়ুটিউব কনটেন্ট ক্ৰিয়েটৰ সকলে নিজ মুখেৰে স্বীকাৰ কৰিছে এই সমাৱেশত। সমাৱেশত ইতিপূৰ্বে মাত্ৰ ১৫ হাজাৰ টকাত ৰাচিয়া ভ্ৰমণ কৰি আহি ইয়াৰ বৰ্ণনা য়ুটিউবত দি ভিউৱাৰ্চৰ সঁহাৰি লাভ কৰা অসমৰ যুৱক ভাস্কৰ দত্তই মাহেকত ৬৫ হাজাৰ টকালৈকে উপাৰ্জন কৰাৰ কথা ব্যক্ত কৰে।

আন এগৰাকী ক্ৰিয়েটাৰেও একে পন্থাৰে য়ুটিউবৰ যোগেদি মাহেকত ৫০ৰ পৰা ৭০ হাজাৰ টকালৈকে আহৰণ কৰাৰ কথা ব্যক্ত কৰে।  শিৱসাগৰৰ য়ুটিউব ক্ৰিয়েটৰ ভাস্কৰ দত্তই কয় যে, য়ুটিউবক এতিয়া নতুন প্ৰজন্মই কেৰিয়াৰ হিচাপে ল’ব পাৰে। কাৰণ ইউটিউবৰ পৰা প্ৰতিমাহে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰি। ভাল চৰকাৰী চাকৰিত কৈ য়ুটিউবৰ পৰা লাভ কৰা ধনৰ পৰিমাণ অধিক।

ভাস্কৰ, বিতোপন, দিম্পু, মনোজ আদিকে ধৰি বহুকেইজন য়ুটিউব ভিডিঅ’ ক্ৰিয়েটাৰে এই সমাৱেশত অংশ গ্ৰহণ কৰে। ভাৰ্চুৱেল পৃথিৱীৰ বাবে জ্ঞান, আমোদ প্ৰমোদ, ভ্ৰমণ, ব্যঞ্জন আদিৰ নানা ৰঙী ভিন্ন সুৰী অনেক সমল প্ৰস্তুত কৰি মোবাইল স্ক্ৰীণৰ এই তাৰকা সকলে সমৃদ্ধ কৰিছে, য়ুটিউব চেনেল সমুহ।

অসমৰ এইসকল ক্ৰিয়েটৰসকলৰ মতে অৰ্থ উপাৰ্জনৰ বাবে প্ৰাথমিক পৰ্যায়ত যথেষ্ট সময় আৰু ধৈৰ্যৰ প্ৰয়োজন। বিশেষকৈ য়ুটিউবত যথেষ্ঠ সময় ব্যয় কৰিব লাগিব। উন্নতমানৰ ভিডিঅ’ প্ৰস্তুত কৰিব পাৰিলে ভিউৱাৰ্চৰ সংখ্যা অতি কম সময়ৰ ভিতৰত বৃদ্ধি পাব বুলি মত পোষণ কৰে।

অনাগত দিনৰ পথ নিৰ্ণয় কৰি সঠিকভাবে কি দৰে আগুৱাই যাব তাৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বাবেই আয়োজন কৰা হৈছিল য়ুটিউব তাৰকা আৰু অনুৰাগীৰ সমাৱেশ। এই সমাৱেশৰ জৰিয়তে নতুন প্ৰজন্মৰ প্ৰতিজন য়ুটিউব অনুৰাগীক য়ুটিউবক কি দৰে এটা নতুন কেৰিয়াৰ ৰূপে গ্ৰহণ কৰিব পাৰি তাক অৱগত কৰোৱা হয়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

নেপালৰ ভয়ংকৰ বানত অসমৰ ৯জন সন্ধানহীন : আন ৯জনক সুৰক্ষিতভাৱে উদ্ধাৰ

August 31, 2026 10:03 am
কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

কিয়েভৰ ওচৰত ৰাছিয়াৰ ড্ৰ’ন আক্ৰমণৰ পিছত গুলী-বাৰুদ ডিপোত বিস্ফোৰণ, ৩৮ জন লোক নিহত

August 31, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am
আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

আমেৰিকাৰ বুকুত এইবাৰ বিপৰ্যয়! গ্ৰেণ্ড কেনিয়নত বিধ্বংসী বান, বহুলোক সন্ধানহীন

August 31, 2026 10:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd